• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিগন্ত শৰ্মা, কুলপ্ৰদীপ ভাগৱতীলৈ পবীন্দ্ৰ নাথ শৰ্মা, কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা ২০১৯

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2020 11:29 pm
Pabindra Nath Sarma & Kunjabala Devi Memorial Journalism awards announced
230
VIEWS
Share on FacebookShare on Twitter

পবীন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা ২০১৯ বুধবাৰে ঘোষণা কৰা হৈছে।

অসমীয়া সাপ্তাহিক সাদিনৰ ষ্টাফ ৰিপ’ৰ্টাৰ দিগন্ত শৰ্মাক মানৱ অধিকাৰ সম্পৰ্কীয় প্ৰতিবেদনৰ বাবে পবীন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে।

মহিলা সম্পৰ্কীয় বিষয়ক প্ৰতিবেদনৰ বাবে অসমীয়া দৈনিক দৈনিক অগ্ৰদূতৰ উপ সম্পাদক কুলপ্ৰদীপ ভাগৱতীক কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছে।

প্ৰতিটো বঁটাতে আছে নগদ ৩০ হাজাৰকৈ টকা আৰু এখনকৈ মানপত্ৰ।

স্বাধীনতা সংগ্ৰামী জ্যেষ্ঠ অধিবক্তা পবীন্দ্ৰ নাথ শৰ্মা আৰু তেওঁৰ পত্নী কুঞ্জবালা দেৱীৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱা হয়।

দিগন্ত শৰ্মাৰ বঁটা বিজয়ী প্ৰতিবেদনত কল্পনা নামৰ তৰুণী এগৰাকীৰ ক্ষেত্ৰত হোৱা মানৱ অধিকাৰ উলংঘনৰ ঘটনা দাঙি ধৰা হৈছিল।

বিদেশীৰ সন্দেহত ছোৱালীগৰাকী আৰু তেওঁৰ পৰিয়ালক আঠ বছৰ ধৰি ডিটেনচন কেম্পত বন্দী কৰি ৰখা হৈছিল আৰু ছোৱালীগৰাকীক শিক্ষালাভৰ পৰা বঞ্চিত কৰা হৈছিল।

কুলপ্ৰদীপ ভাগৱতীয়ে তেওঁৰ প্ৰতিবেদনসমূহত তিনি তালাক, এগৰাকী সন্তানহীনা শিশু যতনকাৰীৰ আনন্দ আৰু এগৰাকী মহিলাৰ প্লাষ্টিকৰ বিৰুদ্ধে যুঁজক তুলি ধৰিছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd