• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীৰ গালত চৰ! ‘চ’ছিয়েল মিডিয়াৰ প’ষ্টৰ বাবে হাৰাশাস্তি কৰিব নোৱাৰিব নাগৰিকক; সৰ্বোচ্চ ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 11:07 am
Supreme-Court-of-India.-Photo-credit-Mint-1140x570-1024x512
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন ৰাজ্যত চ’ছিয়েল মিডিয়াত ৰাজনৈতিক বক্ৰোক্তিমূলক তথা চৰকাৰ বিৰোধী প’ষ্ট দিয়াৰ বাবে নাগৰিকক আৰক্ষীয়ে চমন প্ৰেৰণ কৰাৰ লগতে হাৰাশাস্তি কৰাৰ ঘটনাৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজ্য চৰকাৰসমূহলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে সামাজিক মাধ্যমত প্ৰকাশ কৰা চৰকাৰ বিৰোধী আৰু বক্ৰোক্তিমূলক ৰাজনৈতিক প’ষ্টৰ বাবে কোনো নাগৰিকক আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব।

Apply Now

“চৰকাৰক সমালোচনা কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰা প’ষ্টৰ বাবে দেশৰ এটা কোণৰ পৰা আন এটা কোণলৈ নাগৰিকক আমি টনা আজুৰা কৰি হাৰাশাস্তি কৰিব নোৱাৰো।” সৰ্বোচ্চ ন্যায়ালয়ে লগতে এইবুলিও কয়।

উল্লেখ্য যে দিল্লী নিৱাসী এগৰাকী মহিলাই লকডাউনৰ সময়ত কলকতাৰ ৰাজা বজাৰ এলেকাত প্ৰশাসনে সঠিকভাৱে লকডাউনৰ নিয়ম মানি চলা নাই বুলি সামাজিক মাধ্যম ফেইচবুকত পশ্চিমবংগ চৰকাৰক সমালোচনা কৰি এটা প’ষ্ট দিছিল।

ইয়াৰ পিছতে কলকতা আৰক্ষীয়ে কঠোৰ সকীয়নি দি এখন চমন প্ৰেৰণ কৰিছিল মহিলাগৰাকীলৈ।

আনকি কলকতা আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ পুহি ৰখা বুলি অভিযোগত কৰি এক গোচৰো পঞ্জীয়ন কৰিছিল।

এই চমন লাভ কৰাৰ পিছতে ৰশ্নি বিশ্বাস নামৰ ২৯ বছৰীয়া মহিলা গৰাকীয়ে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)এ দেশৰ সকলো নাগৰিককে মত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড আৰু ইন্দ্ৰ বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে এই সংক্ৰান্তত চৰকাৰক উদ্দেশ্যি স্পষ্টভাৱে কয়, “সীমা অতিক্ৰম নকৰিব। ভাৰতক বাক-স্বাধীন ৰাষ্ট্ৰ হৈ থাকিবলৈ দিয়ক। আমি উচ্চতম ন্যায়ালয়ে বাক-স্বাধীনতাক সুৰক্ষা দিম। সংবিধানে উচ্চতম ন্যায়ালয়ক সৃষ্টি কৰাৰ উদ্দেশ্যেই হৈছে সাধাৰণ নাগৰিকৰ ওপৰত ৰাষ্ট্ৰই চলোৱা উৎপীড়ন বন্ধ কৰাটো নিশ্চিত কৰা।”

ইফালে কলকতা উচ্চ ন্যায়ালয়ে আৰক্ষীক ৰশ্নি বিশ্বাসক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সোধা পোচ কৰিব পাৰিব অথবা মেইলৰ যোগে অভিযুক্তলৈ প্ৰশ্নসমূহ প্ৰেৰণ কৰিব পাৰিব বুলি পৰামৰ্শ দিছিল।

ইয়াৰ বিৰুদ্ধেও মহিলাগৰাকী সৰ্বোচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। ইফালে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ নহয়, তেওঁ দিয়া প’ষ্টৰ সংক্ৰান্তত প্ৰশ্ন কৰিবলৈহে চমন প্ৰেৰণ কৰা হৈছিল বুলি পশ্চিমবংগ চৰকাৰ আইনী পৰামৰ্শদাতা আৰ বসন্তই আদালতক অৱগত কৰে।

কিন্তু এই মন্তব্যৰ প্ৰত্যুত্তৰত সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কয়, “নাগৰিকৰ বাক স্বাধীনতাৰ অধিকাৰ আছে। আৰু কোনোৱে মহামাৰীৰে মোকাবিলা কৰিব নোৱাৰা বুলি চৰকাৰক সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা ল’ব নোৱাৰিব।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd