• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এটা বৰ্বৰ হত্যাকাণ্ডৰ মৃত্যুদণ্ডৰ নিৰ্দেশ কাৰ্যকৰীকৰণত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

এগৰাকী মহিলাক হত্যা কৰি বৰ্বৰভাৱে পেট কাটি জননেন্দ্ৰিয়সহ অন্য অংগ উলিয়াই পেটত কাপোৰ ভৰাইছিল হত্যাকাৰীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 12:21 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে এটা বৰ্বৰ হত্যাকাণ্ডত জড়িত এজন অপৰাধীৰ মৃত্যুদণ্ডৰ নিৰ্দেশ কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰিছে।

বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বুডবেৰ ন্যায়িক বিচাৰপীঠে মোহন সিং নামৰ লোকজনক ৰাজস্থান উচ্চ ন্যায়ালয়ে বিহা মৃত্যুদণ্ডৰ শাস্তিক কাৰ্যকৰী কৰাতো স্থগিত ৰাখিছে।

Apply Now

প্ৰণিধানযোগ্য যে মোহন সিং নামৰ লোকজনে এগৰাকী মহিলাক হত্যা কৰি পেট কাটি জননেন্দ্ৰিয়সহ বিভিন্ন অংগ উলিয়াই পেটত কাপোৰ ভৰাই থৈছিল।

এই জঘন্য তথা বৰ্বৰ অপৰাধ সংঘটিত কৰাৰ পিছতে এটা বেগৰ পৰাৰ পৰা মহিলা গৰাকীৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি যোৱা বছৰ মে’ মাহত সিঙক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল।

মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ মতে মহিলা গৰাকীৰ শৰীৰৰ বিভিন্ন অংগ চিকিৎসকে লাভ কৰা নাছিল। অৰ্থাৎ লাভ নকৰা অংগবোৰ হত্যাকাৰীজনে কাটি শৰীৰৰ পৰা বিচ্ছিন্ন কৰি পেলাইছিল।

ৰাজস্থান উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হত্যাৰ অপৰাধত মোহন সিঙক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে।

উচ্চ ন্যায়ালয়ৰ মৃত্যুদণ্ডৰ ৰায়ৰ বিৰুদ্ধে লোকজনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰাত স্থগিতাদেশ জাৰি কৰিছে।

“আবেদন মঞ্জুৰ কৰা হৈছে। এতিয়াই মৃত্যুদণ্ড কাৰ্যকৰী কৰা নহয়।” পদকীয়া মোহন সিঙৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বুবডে-এ কয়।

আনহাতে জ্যেষ্ঠ আইনজীৱী তথা পদকীয়াৰ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাক এনে এটা জঘন্য অপৰাধ সংঘটিত কৰা অপৰাধীক কিয় মৃত্যুদণ্ড বিহিব নেলাগে বুলিও প্ৰশ্ন কৰে বিচাৰপীঠে।

“তেওঁ কোন হয়? ৰাক্ষস নে মানুহ?” অধিবক্তা লুথ্ৰাক বিচাৰপীঠৰ অন্য দুই বিচাৰপতি ন্যায়াধীশ এ এছ বোপ্পানা আৰু ভি ৰামসুব্ৰমণিয়ামে প্ৰশ্ন কৰে।

“আপোনাৰ মক্কেলে অতি জঘন্য তথা বৰ্বৰ কাম কৰিছে। কেনেকৈ পেট কাটি জননেন্দ্ৰিয় উলিয়াই পেটত কপোৰ ভৰাই থ’ব পাৰিলে? তেওঁ কি চাৰ্জন নেকি?”

এই প্ৰশ্নোত্তৰত অধিবক্তা লুথ্ৰাই কয়ে যে তেওঁ মক্কেল এজন নিৰাপত্তাৰক্ষীহে।

ইফালে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মতে মোহন সিঙে ইয়াৰ পূৰ্বেও অন্য এটা হত্যাকাণ্ড সংঘটিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd