• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপন্ন দেশ : হাতত অস্ত্ৰ তুলি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাল আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰীৰ পত্নী আনাই

“আমাৰ সন্মান আৰু মাতৃভূমিক কোনো শত্ৰুৰ হাতত তুলি দিয়া নহ’ব”, আনা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 1:52 pm
armenian.1.814157
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰ্নো-কাৰাবাথ অঞ্চলৰ দখলক লৈ যোৱা ২৭ ছেপ্টেম্বৰৰ পৰাই আৰ্মেনিয়া আৰু আজাৰ্বাইজানৰ মাজত যুদ্ধ অব্যাহত আছে।

দুই দেশৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে লোৱা সকলোবোৰ উদ্যোগ ইতিমধ্যে বিফল হৈছে।

Apply Now

ৰাছিয়াৰ উদ্যোগত দুই শত্ৰু ৰাষ্ট্ৰৰ মাজত যুদ্ধ বিৰতিৰ চুক্তি সম্পন্ন হ’লেও সেয়া ক্ষণস্থায়ী হৈছে। আনহাতে মাৰ্কিন বৈদেশিক সচিব মাইক পাম্পেওৰ সৈতে ৱাশ্বিংটনত দুই শত্ৰু ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীয়ে পৃথকে পৃথকে শান্তি প্ৰতিষ্ঠাৰ বাবে বৈঠকত মিলিত হৈছিল। সেই প্ৰচেষ্টাও বিফল হয়।

বৰং ইয়াৰ পিছত দুই শত্ৰু ৰাষ্ট্ৰৰ মাজত যুদ্ধই ভয়ংকৰ ৰূপহে ধাৰণ কৰাৰ পৰিলক্ষিত হৈছে।

ইপিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিন দাবী কৰিছে এই যুদ্ধত এতিয়ালৈকে ৫ হাজাৰ মানুহৰ মৃত্যু ঘটিছে।

এনে এক সংকটজনক পৰিস্থিতি আৰ্মেনিয়াৰ মহিলা সৈনিক দলক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ হাতত যুদ্ধাস্ত্ৰ লৈ প্ৰধানমন্ত্ৰীৰ নিক’ল পাছিনিয়েৰ পত্নী আনা হাক’বিয়ানে আগবাঢ়ি গৈছে।

৪২ বছৰীয়া আনাই এক ফেইচবুক প’ষ্টৰ যোগেদি জনায় যে ১২ জনীয়া মহিলা সৈনিকৰ এটি দলৰ সৈতে তেওঁ যুদ্ধৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। কিছুদিনৰ পিছতে যুদ্ধক্ষেত্ৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীৰ পত্নী আনা।

“আমাৰ সন্মান আৰু মাতৃভূমিক কোনো শত্ৰুৰ হাতত তুলি দিয়া নহ’ব।” আনাই কয়।

ইফালে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি আনাৰ বাহিৰেও আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পৰিয়ালৰ আনসকল সদস্যও যুদ্ধত চামিল হৈছে।

পাব্লিক ৰেডিঅ’ অৱ আৰ্মেনিয়াই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী নিক’ল আৰু আনাৰ পুত্ৰ আছট পাছিনিয়েনো কাৰাবাথ অঞ্চলত আজাৰ্বাইজান সেনাৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে।

উল্লেখ্য যে ককেচাছ অঞ্চলত অব্যাহত থকা এই যুদ্ধকলৈ বিশ্বৰ ৰাষ্ট্ৰসমূহ দুটা ভাগত বিভক্ত হৈ পৰা দেখা গৈছে।

আৰ্মেনিয়াৰ পক্ষে ফ্ৰান্সসহ ইউৰোপৰ কেবাখনো ৰাষ্ট্ৰ থকাৰ বিপৰীতে মধ্য প্ৰাচ্যৰ দেশসমূহে আজাৰ্বাইজানৰ পক্ষ লোৱা দেখা গৈছে।

আনহাতে এই দুই দেশৰ যুদ্ধক লৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যস্ত হৈ পৰা দেখা গৈছে বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ ক্ৰমে আমেৰিকা আৰু ৰাছিয়াক।

ফলত এই যুদ্ধৰ দাবানল সোনকালে নিৰ্বাপিত হোৱাৰ সম্ভাৱনা নাই বুলি দাবী কৰিছে আন্তৰ্জাতিক প্ৰতিৰক্ষা বিশেষজ্ঞসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd