• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত লিডু-মাৰ্ঘেৰিটাত ২০২১ বৰ্ষৰ পৰা আৰম্ভ হ’ব দুখনকৈ আই টি আই

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 30, 2020 7:35 pm
Two ITIs to start in Ledo, Margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা পৰা নামভৰ্তি আৰম্ভ হ’ব লিডু আৰু মাৰ্ঘেৰিটাত দুখনকৈ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত।

লিডুৰ আই টি আইৰ বাবে ৪টা বিভাগৰ বাবে ১৬০খন আসন, মাৰ্ঘেৰিটাৰ ৩টা বিভাগৰ বাবে ১২০খন আসন সদ্যহতে অনুমোদিত হৈছে।

Apply Now

খুব সোনকালে লিডুত আৰু তিনিটা আৰু মাৰ্ঘেৰিটাত দুটা বিভাগ সংযোজিত হ’ব আৰু লগে লগে আসনৰ সংখ্যা বাঢ়িব।

অসম চৰকাৰে ব্যক্তিগত অংশীদাৰিত্বৰে (পি পি পি মোড) ৰাজ্যৰ ২৪ খন আই টি আইলৈ অনুমোদন জনাইছে। ইতিমধ্যে নিবিদা সম্পন্ন হৈছে।

FUTURE VALLEY TECHNELOGIES AND SERVICE L L P নামৰ ব্যক্তিগত প্ৰতিষ্ঠানে নিবিদা লাভ কৰিছে লিডু-মাৰ্ঘেৰিটাৰ আই টি আই দুখনৰ।

উল্লেখযোগ্য যে- কংগ্ৰেছ চৰকাৰৰ আমোলত ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত লিডুৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ আধাৰশিলা সেই সময়ৰ মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে স্থাপন কৰিছিল।

ইয়াৰ পাছতে লিডুৰ এক বৃহৎ ভূমি খণ্ডত কেইবাকোটি টকা ব্যয় সাপেক্ষে এই প্ৰতিষ্ঠানটো নিৰ্মাণ আৰম্ভ কৰা হয়।

অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলিলেও অৱশেষত প্ৰায় সম্পূৰ্ণ হৈছিল। কিন্তু কংগ্ৰেছ চৰকাৰৰ শাসন কালত এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ শিক্ষা সেৱা আৰম্ভ নহ’ল।

এইদৰে অৱহেলিত আৰু অনাদৃত হৈ থকা প্ৰতিষ্ঠানটো এৰাবাৰীলৈ পৰিণত হয়। এজাক ধুমুহা বৰষুণত এই শৈক্ষিক প্ৰতিষ্ঠানটো প্ৰায় বিধ্বস্ত হৈ পৰে।

বতাহ ধুমুহাই প্ৰতিষ্ঠানটোৰ শ্ৰেণী কোঠাৰ এক বৃহৎ অংশৰ টিন পাত উৰুৱাই নিয়াৰ ফলত আৰু চিলিং বোৰ কোনো দুস্কৃতিকাৰীয়ে ভাঙি পেলোৱাৰ লগতে বিভিন্ন অংশত ক্ষতিগ্ৰস্ত কৰাৰ ফলত প্ৰায় ধ্বংস স্তুপলৈ পৰিণত হয়।

ব্যক্তিগত অংশীদাৰীত্বৰে হ’লেও- নিজ কাৰ্যকালতে বিধায়ক ভাস্কৰ শৰ্মাই লিডুৰ আই টি আইখন কাৰ্যক্ষম কৰিবলৈ আৰু মাৰ্ঘেৰিটাত অন্য এখন আই টি আই অনুমোদিত কৰিবলৈ সক্ষম হোৱাত বিভিন্নজনে সন্তষ্টি প্ৰকাশ কৰিছে।

বিজেপিৰ মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্তই আজি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিশ্ৰুতি অনুযায়ী বিধায়ক ভাস্কৰ শৰ্মাই লিডুৰ আই টি আইখন সক্ৰিয় কৰিবলৈ আৰু মাৰ্ঘেৰিটাত নতুনকৈ এখন আই টি আই অনুমোদন আনিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰি বৃটিছ আমোলৰ পৰা উদ্যোগিক অঞ্চল হিচাপে পৰিগণিত মাৰ্ঘেৰিটাত সুদীৰ্ঘবছৰ কংগ্ৰেছ দল শাসনত থাকিও এই ক্ষেত্ৰত সফল নোহোৱাৰ কথা উল্লেখ কৰি ইয়াৰ দ্বাৰাই সমষ্টি বাসীৰ প্ৰতি চৰকাৰ বিধায়ক শৰ্মাৰ দ্বায়বদ্ধতা স্পষ্ট কৰে বুলি কয়।

অসম-অৰুণাচল সীমান্তবৰ্তী মাৰ্ঘেৰিটা লিডু আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ চাংলাং টিৰাপ জিলাবাসীৰ বাবে এইয়া নিশ্চিত ভাৱে সুখবৰ হিচাপে বিবেচিত হৈছে।

উল্লেখ যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আছু আৰু যুৱ ছাত্ৰ পৰিষদে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো শীঘ্ৰে মুকলিৰ দাবী জনোৱাৰ লগতে সময়ে সময়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd