• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীয়ে দেশত শুভাৰম্ভ কৰিলে সামুদ্ৰিক বিমান সেৱাৰ : শীঘ্ৰেই অসমতো শুভাৰম্ভ হ’ব এই সেৱা!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 6:32 pm
photo-2020-10-31-08-54-40-1604116259
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত প্ৰথমবাৰ বাবে আৰম্ভ হ’ল সামুদ্ৰিক বিমান সেৱাৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমদাবাদৰ সাৱৰমতী ৰিভাৰফ্ৰণ্ট আৰু কাৱেৰী নদীৰ ষ্টেটু অৱ ইউনিটিৰ মাজত শুভাৰম্ভ কৰে দেশৰ প্ৰথম সামূদ্ৰিক বিমান সেৱাৰ।

পৰ্যটনক গুৰুত্ব প্ৰদান কৰি এই সামুদ্ৰিক বিমান সেৱাক স্পাইজেটে পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰথমাৱস্থাত আহমদাবাদৰ পৰা কাৱেডিয়াৰ পথত স্পাইজেটে দৈনিক দুবাৰকৈ এই সেৱাৰ সামুদ্ৰিক বিমান চলাব।

উড়ান আঁচনিৰ অধীনত এবাৰ যাত্ৰা কৰিবলৈ ইয়াৰ ভাড়া হ’ব ১৫০০ টকা।

এই সামুদ্ৰিক বিমান সেৱা সাৱৰমতী ৰিভাৰফ্ৰন্টৰ পৰা কাৱেৰীয়াৰ ষ্টেটু অৱ ইউনিটিলৈকে চলাচল কৰোতে সময় লাগিব মাত্ৰ আধাঘন্টা।

স্পাইজেটে এই বিমানসমূহৰ বাবে ১৫-চিটাৰ টুইন অ’টাৰ ৩০০ বিমান ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে ভাৰতীয় বিমান প্ৰাধিকৰণে জনাইছে যে অসমৰ ব্ৰহ্মপুত্ৰৰ নদীৰ তিনিটা স্থানক সংযোগ কৰি এনে সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰা হ’ব।

ইতিমধ্যে এই সম্পৰ্কীয় কাম কাজ আৰম্ভ হৈছে বুলি প্ৰকাশ কৰি ভাৰতীয় বিমান প্ৰাধিকৰণে কয় যে বিগত বৰ্ষৰ ছেপ্টম্বৰ মাহতে অসমত দেশৰ ভিতৰতে সৰ্বপ্ৰথম সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল।

“পৰ্যটন খণ্ডৰ সমৃদ্ধি আৰু যোগাযোগৰ বাবে অসমত সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰাৰ বাবে ভাৰতৰ ভিতৰতে প্ৰথম অসমত তিনিটা নদীৰ মোহনা অঞ্চল বাচনি কৰা হৈছিল।” এএআইৰ কাৰ্যকৰী সঞ্চালক সঞ্জীৱ জিণ্ডালে কয়।

এএআই-এ চলিত বৰ্ষ অথবা ২০২১ বৰ্ষৰ পহিলা ভাগতে এই সেৱা শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল যদিও প্ৰকল্পটোত কিছু বিঘিনী ঘটাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই।

৫০ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ অধীনত এএআই-এ তিনিটা স্থানৰ বাবে তিনিখন এনে সামুদ্ৰিক বিমান নিমাৰ্ণৰ পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd