• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদীয়ে দেশত শুভাৰম্ভ কৰিলে সামুদ্ৰিক বিমান সেৱাৰ : শীঘ্ৰেই অসমতো শুভাৰম্ভ হ’ব এই সেৱা!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 6:32 pm
photo-2020-10-31-08-54-40-1604116259
306
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষত প্ৰথমবাৰ বাবে আৰম্ভ হ’ল সামুদ্ৰিক বিমান সেৱাৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমদাবাদৰ সাৱৰমতী ৰিভাৰফ্ৰণ্ট আৰু কাৱেৰী নদীৰ ষ্টেটু অৱ ইউনিটিৰ মাজত শুভাৰম্ভ কৰে দেশৰ প্ৰথম সামূদ্ৰিক বিমান সেৱাৰ।

পৰ্যটনক গুৰুত্ব প্ৰদান কৰি এই সামুদ্ৰিক বিমান সেৱাক স্পাইজেটে পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে।

প্ৰথমাৱস্থাত আহমদাবাদৰ পৰা কাৱেডিয়াৰ পথত স্পাইজেটে দৈনিক দুবাৰকৈ এই সেৱাৰ সামুদ্ৰিক বিমান চলাব।

উড়ান আঁচনিৰ অধীনত এবাৰ যাত্ৰা কৰিবলৈ ইয়াৰ ভাড়া হ’ব ১৫০০ টকা।

এই সামুদ্ৰিক বিমান সেৱা সাৱৰমতী ৰিভাৰফ্ৰন্টৰ পৰা কাৱেৰীয়াৰ ষ্টেটু অৱ ইউনিটিলৈকে চলাচল কৰোতে সময় লাগিব মাত্ৰ আধাঘন্টা।

স্পাইজেটে এই বিমানসমূহৰ বাবে ১৫-চিটাৰ টুইন অ’টাৰ ৩০০ বিমান ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে ভাৰতীয় বিমান প্ৰাধিকৰণে জনাইছে যে অসমৰ ব্ৰহ্মপুত্ৰৰ নদীৰ তিনিটা স্থানক সংযোগ কৰি এনে সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰা হ’ব।

ইতিমধ্যে এই সম্পৰ্কীয় কাম কাজ আৰম্ভ হৈছে বুলি প্ৰকাশ কৰি ভাৰতীয় বিমান প্ৰাধিকৰণে কয় যে বিগত বৰ্ষৰ ছেপ্টম্বৰ মাহতে অসমত দেশৰ ভিতৰতে সৰ্বপ্ৰথম সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল।

“পৰ্যটন খণ্ডৰ সমৃদ্ধি আৰু যোগাযোগৰ বাবে অসমত সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰাৰ বাবে ভাৰতৰ ভিতৰতে প্ৰথম অসমত তিনিটা নদীৰ মোহনা অঞ্চল বাচনি কৰা হৈছিল।” এএআইৰ কাৰ্যকৰী সঞ্চালক সঞ্জীৱ জিণ্ডালে কয়।

এএআই-এ চলিত বৰ্ষ অথবা ২০২১ বৰ্ষৰ পহিলা ভাগতে এই সেৱা শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল যদিও প্ৰকল্পটোত কিছু বিঘিনী ঘটাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই।

৫০ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ অধীনত এএআই-এ তিনিটা স্থানৰ বাবে তিনিখন এনে সামুদ্ৰিক বিমান নিমাৰ্ণৰ পৰিকল্পনা কৰিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd