• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্কিন উপ ৰাষ্ট্ৰপতি হিচাপে কমলা হেৰিছৰ ঐতিহাসিক বিজয়ৰ পিছত কি ক’লে স্বামীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 5:16 pm
index.jpg
359
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি হিচাপে ভাৰতীয় ভংশোদ্ভূত কমলা হেৰিছৰ ঐতিহাসিক বিজয়ে কেবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

আনকি এই বিজয়েৰে কমলাই আমেৰিকা যুক্তৰাষ্ট্ৰত কেবাটাও অভিলেখ গঢ়িবলৈও সক্ষম হৈছে।

আমেৰিকাৰ ইতিহাসত প্ৰথম গৰাকী মহিলা আৰু প্ৰথম গৰাকী কৃষ্ণাংগ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে কমলা হেৰিছ।

পত্নীৰ এই ঐতিহাসিক বিজয় সন্দৰ্ভত কমলা হেৰিছৰ স্বামীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰিছে।

পত্নীৰ ঐতিহাসিক বিজয়ৰ পিছতে কমলা হেৰিছৰ স্বামী ড’ফ ইম্হ’ফে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “তোমাৰ বাবে মই গৰ্বিত।”

চ’ছিয়েল মিডিয়াত দুয়োৰে আলিংগাৱদ্ধ এখন ফ’টো শ্বেয়াৰ কৰি নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স্বামীয়ে এইদৰে লিখিছে।

ইফালে দেখা গৈছে যে মাৰ্কিন উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে কমলা হেৰিছৰ ইনষ্টাগ্ৰাম অনুৰাগীৰ সংখ্যাই ১২ মিলিয়ন অতিক্ৰম কৰিছে।

কমলা হেৰিছেও নিজৰ ইনষ্টাগ্ৰামত স্বামীৰ সৈতে আলিংগাৱদ্ধ এখন ফ’টো শ্বেয়াৰ কৰি ড’ফ ইম্হ’ফক হেষ্টটেগেৰে লিখিছে, “মোৰ জীৱনৰ প্ৰেমক সাক্ষাৎ কৰক।”

কমলা হেৰিছৰ স্বামী ড’ফ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ সংবাদ মাধ্যম, ক্ৰীড়া আৰু মনোৰঞ্জনৰ এগৰাকী আইন বিশেষজ্ঞ।

ইফালে কমলা হেৰিছৰ স্বামীক তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ ‘গোপন অস্ত্ৰ’ হিতাপে অভিহিত কৰা হৈছে।

উল্লেখ্য যে, ২০১৪ চনত কমলা আৰু ড’ফ বিবাহপাশত আৱদ্ধ হৈছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd