• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত সাপ্তাহিক ‘ৰণাংগন’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 6:56 am
ab
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সংবাদ পত্ৰ সমাজৰ দাপোন। বিভিন্ন ক্ষেত্ৰত ঘটি থকা ঘটনা প্ৰবাহৰ খবৰ সংবাদ মাধ্যমে ৰাইজৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়ে সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম।” এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।  নগাঁৱৰ “ৰণাংগন” প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাপ্তাহিক “ৰণাংগন” কাকত মুকলি কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয়- এই কাকতখনৰ সংযোজনে নগাঁৱৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

নিজে দীৰ্ঘদিন ধৰি বাতৰি কাকত বিতৰকৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি কয়- এসময়ত নগাঁও জিলাত বাতৰি কাকতৰ প্ৰচলন আন জিলাৰ তুলনাত যথেষ্ট বেছি আছিল। বাতৰি বিতৰকৰ প্ৰতিযোগিতাত আমাৰ প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ নাম প্ৰথম বা দ্বিতীয় স্থানত থাকে। টি ভি, পৰ্টেলৰ যুগত এখন সাপ্তাহিক কাকত চলাই থকাতো প্ৰত্যাহ্বানমূলক কাম।

Apply Now

এই প্ৰত্যাহ্বান নেওচি “ৰণাংগন” জীয়াই থাকিব লাগিব। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়- কলঙক লৈ আমাৰ অলেখ সপোন আছে।

১৯৬৪ চনৰ পৰা বন্ধ হৈ থকা কলঙৰ মুখত শ্লুইচ গেট দি কলঙক পুনৰ বিজ্ঞানসন্মতভাৱে বোৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। অহা বাৰিষাৰ আগে আগে নগঞা ৰাইজে কলঙত পূৰ্বৰ ৰূপ দেখিবলৈ পাব। বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত কাকতখনৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, এ ডি পি কলেজৰ অধ্যক্ষ ডঃ সুৰজিত ভাগৱতী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আদিয়ে ভাষণ দি বাতৰি কাকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ কথা উল্লেখ কৰি কয়- প্ৰত্যেক কাকতেই নিজৰ মতাদৰ্শত অটল হৈ থাকিলেহে কাকতখন শক্তিশালী হৈ উঠিব।

নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, সাহিত্যিক ৰতি মোহন নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ভৱেশ মেধি, আব্দুল খৈয়েৰ আহমেদ, স্বপ্না কলিতা, জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাস, জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

ভায়লিনা শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানত কাকতখনৰ সম্পাদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা আৰু সম্পাদক মিন্টু দাসে কাকতখনৰ বিষয়ে বিৱৰি কয়। উল্লেখ্য যে, “ৰণাংগন” প্ৰকাশনৰ সঞ্জীৱ বৰাই আজি ১০ বছৰ ধৰি “ৰণাংগন” নামৰ এখন মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd