• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত সাপ্তাহিক ‘ৰণাংগন’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 6:56 am
ab
416
VIEWS
Share on FacebookShare on Twitter

“সংবাদ পত্ৰ সমাজৰ দাপোন। বিভিন্ন ক্ষেত্ৰত ঘটি থকা ঘটনা প্ৰবাহৰ খবৰ সংবাদ মাধ্যমে ৰাইজৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়ে সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম।” এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।  নগাঁৱৰ “ৰণাংগন” প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাপ্তাহিক “ৰণাংগন” কাকত মুকলি কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয়- এই কাকতখনৰ সংযোজনে নগাঁৱৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

নিজে দীৰ্ঘদিন ধৰি বাতৰি কাকত বিতৰকৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰি কয়- এসময়ত নগাঁও জিলাত বাতৰি কাকতৰ প্ৰচলন আন জিলাৰ তুলনাত যথেষ্ট বেছি আছিল। বাতৰি বিতৰকৰ প্ৰতিযোগিতাত আমাৰ প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ নাম প্ৰথম বা দ্বিতীয় স্থানত থাকে। টি ভি, পৰ্টেলৰ যুগত এখন সাপ্তাহিক কাকত চলাই থকাতো প্ৰত্যাহ্বানমূলক কাম।

এই প্ৰত্যাহ্বান নেওচি “ৰণাংগন” জীয়াই থাকিব লাগিব। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়- কলঙক লৈ আমাৰ অলেখ সপোন আছে।

১৯৬৪ চনৰ পৰা বন্ধ হৈ থকা কলঙৰ মুখত শ্লুইচ গেট দি কলঙক পুনৰ বিজ্ঞানসন্মতভাৱে বোৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ কাম আৰম্ভ হৈছে। অহা বাৰিষাৰ আগে আগে নগঞা ৰাইজে কলঙত পূৰ্বৰ ৰূপ দেখিবলৈ পাব। বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত কাকতখনৰ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, এ ডি পি কলেজৰ অধ্যক্ষ ডঃ সুৰজিত ভাগৱতী, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আদিয়ে ভাষণ দি বাতৰি কাকত প্ৰকাশ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ কথা উল্লেখ কৰি কয়- প্ৰত্যেক কাকতেই নিজৰ মতাদৰ্শত অটল হৈ থাকিলেহে কাকতখন শক্তিশালী হৈ উঠিব।

নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, সাহিত্যিক ৰতি মোহন নাথ, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য ভৱেশ মেধি, আব্দুল খৈয়েৰ আহমেদ, স্বপ্না কলিতা, জ্যেষ্ঠ অধিবক্তা শুকুৰাম দাস, জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।

ভায়লিনা শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানত কাকতখনৰ সম্পাদনা উপদেষ্টা শিৱপ্ৰসাদ বৰা আৰু সম্পাদক মিন্টু দাসে কাকতখনৰ বিষয়ে বিৱৰি কয়। উল্লেখ্য যে, “ৰণাংগন” প্ৰকাশনৰ সঞ্জীৱ বৰাই আজি ১০ বছৰ ধৰি “ৰণাংগন” নামৰ এখন মাহেকীয়া বাৰ্তালোচনী প্ৰকাশ কৰি আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd