• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশবাসীৰ বাবে সুখবৰ: ৪০ নিযুত কোভিডৰ ভেকচিন সাজু কৰি উলিয়াইছে ছেৰাম ইনষ্টিটিউটে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 4:27 pm
-covid-vaccine
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটে শেহতীয়াকৈ ব্যৱহাৰৰ উপযোগী হোৱাকৈ ৪০ নিযুত কোভিডৰ ভেকচিন সাজু কৰি তুলিছে।

এষ্ট্ৰাজেনেকাৰ কোভিডৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে ছেৰাম ইনষ্টিটিউটে দায়িত্ব লাভ কৰিছিল।

Apply Now

এষ্ট্ৰাজেনেকাৰ উপৰি ছেৰাম ইনষ্টিটিউটে নোভাভেক্স নামৰ আন এবিধ ভেকচিনৰ পৰীক্ষণত ব্যস্ত আছে।

উল্লেখ্য কিছুদিন পূৰ্বে  কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে  ৰাজ্যসভাৰ মজিয়াত এইবুলি কৈছিল যে ক’ৰ’ণাৰ ভেকচিন ২০২১ চনৰ প্ৰথম ভাগতে দেশবাসীয়ে লাভ কৰিব।

তেওঁ লগতে কৈছিল যে দেশত বৰ্তমান তিনিটা ভেকচিনৰ পৰীক্ষণে অগ্ৰগতি লাভ কৰিছে।

ইয়াৰে দুটা দেশীয় ভাবে প্ৰস্তুত কৰা ভেকচিন।

ভাৰত বায়’টেক আৰু জাইডাচ কেডিলাৰ ভেকচিনৰ লগতে অক্সফোৰ্ডৰ ভেকচিনৰ পৰীক্ষণে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰিছিল।

সেই দিশৰ পৰা চাবলৈ গ’লে ভাৰতত ২০২১ চনৰ প্ৰথম ভাগতে ক’ৰ’ণাৰ ভেকচিন আহিব বুলি আশা কৰিব পাৰি বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত মন্তব্য কৰিছিল।

দেশত প্ৰধানমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰীক্ষণত দুটা ভেকচিনৰ পৰীক্ষণ চলি আছে ।

একেদৰে ভাৰতত পৰীক্ষণ বন্ধ কৰা কোভিশ্বিল্ড ভেকচিনৰ  পৰীক্ষণৰ ক্ষেত্ৰত পুনৰ ছেৰাম ইনষ্টিটিউটে অনুমতি লাভ কৰিছে।

ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে জাৰি কৰা নতুন নিৰ্দেশনাত ছেৰাম ইনষ্টিটিউটক পুনৰ ভেকচিন বিধৰ পৰীক্ষণ চলাই যাবলৈ অনুমতি দিছে।

ব্ৰিটেইনত এই ভেকচিনৰ পৰীক্ষণৰ পিছতে এজন স্বেচ্ছাসেৱক অসুস্থ হৈ পৰাত বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰততো ভেকচিন বিধৰ পৰীক্ষণ বন্ধ কৰা হৈছিল।

শেহতীয়াকৈ ডাটা ছেফটি মণিটৰিং বোৰ্ডৰ সভাত ভেকচিন বিধৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিব পৰা যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ ভেকচিন বিধৰ পৰা ডি এন এ ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি লাভ কৰিছে।

সেইমৰ্মে প্ৰতিষ্ঠানটোৱে ২ আগষ্টৰ পৰা  দেশৰ ২০ টা স্থানত ১৬০০ গৰাকী লোকৰ দেহত কোভিডৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছিল আৰু এতিয়াও সেয়া চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

ফ্ৰীজ পৰিষ্কাৰ কৰোঁতে সাৱধান হওক, এটা সৰু ভুলৰ বাবেই থিতাতে প্ৰাণ হেৰুৱালে মহিলাই

June 23, 2026 6:41 am
“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd