• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আছুৰ সভাপতি-সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এক কোটি টকাৰ মানহানি গোচৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2020 5:41 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আদালতত এক কোটি টকাৰ মান হানি গোচৰ তৰিছে সদ্য পদত্যাগী আছু নেতা সীমান্ত ঠাকুৰীয়াই।

গৌৰীসদনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ঠাকুৰীয়াই।

Apply Now

‘সমাজত মোৰ ভাবমুৰ্তি বিনষ্ট কৰাৰ বাবে মই আদালতৰ ওচৰ চাপিছো। ক্ষতিপুৰণ হিচাপে এক কোটি টকাৰ মান হানি গোচৰ তৰিছো। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে এই মানহানি গোচৰ তৰা হৈছে।‘ ঠাকুৰীয়াই এইদৰে কয়।

ইপিনে, এই গোচৰ তৰাৰ কাৰণ বাখ্যা কৰি ঠাকুৰীয়াই সংবাদমেলত কয় ‘যোৱা ৩ নৱেম্বৰৰ দিনা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্য নিৰ্বাহকত সীমান্ত ঠাকুৰীয়াক বহিস্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ এমাহ পূৰ্বেই মই আছুৰ পৰা পদত্যাগ কৰিছিলো। পদত্যাগৰ এমাহৰ পাছত মোক বহিস্কাৰ কৰি যি অপমান কৰিলে তাৰবাবে মই ন্যায়ালয়ৰ ওচৰ চাপিছো।‘

সংবাদমেলৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকক গৰিহনা দিয়ে ঠাকুৰীয়াই।

‘বিবাহিত ব্যক্তিক কিয় আছুৱে কাৰ্য্য নিৰ্বাহকত ৰাখিছে?’ এনেদৰে আছুৰ শীৰ্ষ নেতৃত্বক প্ৰশ্ন কৰি ঠাকুৰীয়াই লগতে কয় ‘কিয় তেওঁলোকে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? সততাৰে কাম কৰা মানুহৰ বিৰুদ্ধেহে আছুৰ নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰে।‘

তেওঁ লগতে প্ৰশ্ন কৰি কয় ‘আছুৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, কিন্তু কিয় টোলগেটসমূহ বন্ধ কৰিব পৰা নাই?’

এই অভিযোগ আৰু আদালতত ১ কোটি টকাৰ মানহানি গোচৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈক আমাৰ সাংবাদিকে সোধাত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে।

লুৰিণৰ উত্তৰ ‘মই একো নকওঁ। প্ৰতিক্ৰিয়া দিব বিচৰা নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd