• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ত পলাব! কিয় অশ্বিনৰ ডিঙিত চেপি ধৰিলে প্ৰীতিয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2020 11:50 am
WhatsApp Image 2020-11-14 at 11.05.31 AM

ফটো সৌজন্য: টুইটাৰ

8k
VIEWS
Share on FacebookShare on Twitter

দুয়ো একেলগে বৈবাহিক জীৱনৰ ৯টা বছৰ অতিবাহিত কৰিলে।টীম ইণ্ডিয়াৰ তথা দিল্লী কেপিটেলছৰ সদস্য সুদক্ষ অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু তেওঁৰ পত্নী প্ৰীতিৰ যুগ্ম জীৱনৰ পৰিক্ৰমা এতিয়াও বহু বাকী।

আইপিএল চলি থকা সময়ছোৱাত সম্পূৰ্ণ সুৰক্ষা বিধি মানি ক্ৰিকেটাৰ সকলে খেলপথাৰত অৱতীৰ্ণ হৈছে। বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ আছিল ক্ৰিকেটাৰসকলৰ সুৰক্ষা বেহুত।

কোভিড বিধি মানি পৰিয়ালৰ সৈতে ক্ৰিকেটাৰসকলে হোটেলৰ ভিতৰতে আৱদ্ধ থাকিবলগীয়া হৈছে। কোনোৱে বাহিৰলৈ ওলাব পৰা নাই।

যোৱা শুকুৰবাৰে ৰবিচন্দ্ৰন অশ্বিনৰ নৱম বিবাহবাৰ্ষিকী আছিল। কোৱাৰেন্টাইনত থকাৰ বাবে আয়োজন কৰিব নোৱৰিলে কোনো অনুষ্ঠানৰ। হোটেলত পত্নী প্ৰীতিৰ সৈতে আছিল অশ্বিনৰ দুগৰাকী কন্যা।

বিবাহবাৰ্ষিকীৰ দিনাই পত্নী প্ৰীতিয়ে এটা আমোদজনক প’ষ্ট টুইট কৰে। প’ষ্টটোত থকা ছবিত প্ৰীতিয়ে অশ্বিনৰ ডিঙি চেপি ধৰা দেখা গৈছে।

https://twitter.com/prithinarayanan/status/1327128396401348609

টুইটটোত প্ৰীতিয়ে লিখিছে,’’একেলগে ৯বছৰ। এনেদৰেই আনন্দত কাটক। হোটেলত বন্দী, য’ত পলোৱাৰ কোনো জেগা নাই, তাত ইয়াতকৈ ভাল ৰোমান্টিক আৰু কি হ’ব পাৰে।‘’

অশ্বিন পত্নী প্ৰীতিৰ এই আমোদজনক প’ষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে সৰস মন্তব্য কৰা দেখা গৈছে।

Recent News

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

অপেক্ষাৰ অন্ত! ভাৰতত মুকলি হ’ল টেছলাৰ গাড়ী; দাম জানি লৈ চাওক কিনিব পাৰি নেকি!

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

এণ্টি-টেৰৰিজম স্কোৱাডৰ জালত এজন স্বঘোষিত বাবা! বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু ধনৰ জালিয়াতিৰ লগত জড়িত কোন এই গৰাকী স্বয়ম্ভূ মহাপুৰুষ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

ৰাইজৰ ধনৰ শৰাধ! মুখ্যমন্ত্ৰীৰ বাবে মোবাইল ফোন ক্ৰয়ৰ সীমা ১.৫ লাখ টকালৈ বৃদ্ধি দিল্লীৰ বিজেপি চৰকাৰৰ

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd