• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলা চলচ্চিত্ৰ জগতৰ কিংবদন্তি অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 1:30 pm
WhatsApp Image 2020-11-15 at 12.56.11 PM

সৌমিত্ৰ চেটাৰ্জী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলা চলচ্চিত্ৰ জগতৰ কিংবদন্তি অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেওবাৰে দুপৰীয়া ১২বাজি ১৫ মিনিটত কলকাতাৰ বেলেভিউ হাস্পাতলত দেহাৱসান ঘটে।

বিগত ৪০দিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পাছত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫বছৰ।

Apply Now

ছয় দশক ধৰি বাংলা চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাই অভিনয় জগতত অদমনীয় প্ৰদৰ্শনেৰে সকলোৰে মন জয় কৰিছিল।

অভিনয় জীৱনকে সাৰোগত কৰি জীৱন সাৰ্থক কৰি তোলা ক্ষণজন্মা সৌমিত্ৰ চেটাৰ্জীয়ে লকডাউনৰ পৰৱৰ্তী সময়ত নিজৰ বায়’পিক অভিযানৰ শ্বুটিং সমাপ্ত কৰাৰ লগতে এখন তথ্যচিত্ৰৰ কামো কৰিছিল।

১৯৩৫ চনত পশ্চিমবংগৰ কৃষ্ণনগৰত জন্ম গ্ৰহণ কৰা সৌমিত্ৰ চেটাৰ্জীয়ে কলকাতাৰ চিটি কলেজৰ পৰা বাংলাত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৫১ চনত সত্যজিত ৰায়ৰ ‘অপুৰ সংসাৰ’ ছবিৰে নিজৰ অভিনয় জগতৰ স্বৰ্ণিল যাত্ৰা আৰম্ভ কৰা সৌমিত্ৰ চেটাৰ্জীয়ে সত্যজিত ৰায়ে নিৰ্মাণ কৰা ৩৪ খন চলচ্চিত্ৰৰ ভিতৰত ১৪খন ছবিতে অভিনয় কৰিছিল।

সত্যজিত ৰায়ৰ উপৰি সৌমিত্ৰ চেটাৰ্জীয়ে তপন সিনহা, মৃনাল সেন, তৰুণ মজুমদাৰৰ দৰে খ্যাতনামা পৰিচালকৰ পৰা আৰম্ভ কৰি শিৱপ্ৰসাদ মুখোপাধ্যায়, নন্দিতা ৰায়, সৃজিত মুখোপাধ্যায়, অতনু ঘোষ, সুমন ঘোষৰ দৰে নতুন প্ৰজন্মৰ পৰিচালকৰ ছবিতো অভিনয় কৰিছে।

নিজৰ ৬১বছৰীয়া সুদীৰ্ঘ চলচ্চিত্ৰৰ কেৰিয়াৰত তেওঁ প্ৰায় ২৫০খন চলচ্চিত্ৰত অভিনয় কৰিছিল।

যোৱা ৫ অক্টোবৰত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত অভিনেতাগৰাকীক হাস্পাতলত ভৰ্তি কৰা হৈছিল। দুসপ্তাহ পাছত কৰ’নামুক্ত হ’লেও কোভিড পৰৱৰ্তী জটিলতা ভূগিছিল সৌমিত্ৰ চেটাৰ্জী।

বাংলা চলচ্চিত্ৰ প্ৰেমী তথা অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি অৱশেষত আজি প্ৰসিদ্ধ অভিনেতাগৰাকীয়ে জীৱন নাটৰ সামৰণি মাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd