• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰ বলিৰ চেষ্টা! : গুপ্তধনৰ লোভত নিজ পুত্ৰসহ পাঁচ শিশুক বলি দিয়াৰ চেষ্টা কৰি আটক দুই ভাতৃ!

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 15, 2020 2:23 pm
IMG-20201115-WA0014
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইখন অসমতে গাৰ নোম শিয়ৰি উঠা নৰ বলিৰ দৰে এক ঘটনা সংঘটিত হোৱাৰ পৰা কথপমি ৰক্ষা পৰাৰ কথা পোহৰলৈ আহিছে।

কালি পূজাৰ নিশা নিজ সন্তানসহ পাঁচটি শিশুক নৰ বলিৰ বাবে সাজু কৰিছিল দুই ভাতৃয়ে!

অন্ধ বিশ্বাসৰ বলি হৈ দুই ভাতৃয়ে নিজৰ সন্তানৰ লগতে আন চাৰিটা শিশুক নৰ বলি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলাৰ ডিমৌমুখত।

ঘটনাৰ বিৱৰণীৰ মতে শিৱসাগৰ জিলাৰ ডিমৌমুখ অঞ্চলত ঘৰৰ বাৰীৰ এজোপা আম গছৰ তলত থকা গুপ্তধনৰ লোভত মৰাণৰ এজন বেজৰ পৰামৰ্শ মতে নিজ সন্তানক বলি দিবলৈ সাজু কৰিছিল জমিৰুল হুছেইন আৰু ছৰিফুল হুছেইন নামৰ দুই ভাতৃয়ে।

তেওঁলোকক এই কাৰ্যত জ্যেষ্ঠ ভগ্নী আইচা বেগমে সহায় কৰিছিল বুলিও অভিযোগ উঠিছে।

ইফালে গাঁৱৰ ৰাইজৰ আগত এই দুই ভাতৃয়ে আন এক শিহৰণকাৰী ভাষ্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

ভাতৃদ্বয়ে নিজ পুত্ৰ সন্তানৰ লগতে গাঁৱৰ আৰু চাৰিগৰাকী শিশুক নৰ বলিৰ বাবে প্ৰস্তুতি চলোৱা বুলি গাঁৱৰ ৰাইজৰ আগত স্বীকাৰ কৰিছে। যাৰ বাবে শংকিত হৈ পৰে গাঁওবাসী।

শনিবাৰে দিনৰ ভাগত ঘটনাৰ বিষয়ে গাঁৱৰ ৰাইজ অৱগত হোৱাত সন্ধিয়া দুয়ো ভাতৃক গাঁৱৰ ৰাইজে সোধা পোচা কৰে আৰু তেওঁলোকে সমস্ত ঘটনা সঁচা বুলি নিজ মুখে স্বীকাৰ কৰে বুলি গাঁৱৰ ৰাইজে প্ৰকাশ কৰিছে।

পিছত দুয়োগৰাকী অভিযুক্তক স্থানীয় ৰাইজে শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে।

অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৃথক মত প্ৰকাশ কৰি কৈছে যে আটকাধীন দুই ভাতৃয়ে এতিয়াও আৰক্ষীৰ আগত নিজ পুত্ৰসহ পাঁচ শিশুক বলি দিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা স্বীকাৰ কৰা নাই।

অভিযুক্ত দুই ভাতৃয়ে তেওঁলোকৰ পুত্ৰৰ শাৰীৰিক অসুস্থতাৰ বাবে মৰাণৰ বেজৰ ওচৰলৈ যোৱা বুলি আৰক্ষী আগত প্ৰকাশ কৰিছে।

এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো এজাহাৰ লাভ কৰা নাই আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰকাশ কৰিছে।

অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তত হে প্ৰকৃত ঘটনা পোহৰলৈ আহিব আশা কৰা হৈছে।

আৰক্ষীয়ে অভিযুক্ত দুই ভাতৃৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত দুয়োকে থানাত আটক কৰি ৰখা বুলি প্ৰকাশ কৰিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

গুৱাহাটীত উৰণসেতু নিৰ্মাণৰ নামত পাতিছে মৰণ ফাণ্ড! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱত মৃত্যু তিনিবছৰীয়া শিশুৰ

September 13, 2025 5:35 pm
এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ সময়ত মহিলাই মোদীলৈ প্ৰেৰণ কৰিব সেন্দুৰঃ উদ্ধৱ থাকৰেৰ দাবী

September 13, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

September 13, 2025 6:13 pm
‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

September 13, 2025 5:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd