• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি পি এফত তীব্ৰ খহনীয়া; তিনি শতাধিক বি পি এফ নেতা-কৰ্মীৰ বিজেপিত যোগদান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 16, 2020 9:40 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈ উঠিছে বিজেপি, য়ু পি পি এল, জি এচ পি আদি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ।

দল সমূহৰ প্ৰচাৰৰ মাজতে তামুলপুৰত বি পি এফ দলত আৰম্ভ হৈছে তীব্ৰ খহনীয়া।

Apply Now

দেওবাৰে পুনৰ প্ৰায় তিনি শতাধিক বি পি এফ নেতা কৰ্মীয়ে দল ত্যাগ কৰি আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰে।

দেওবাৰে বিয়লি ৪ বজাত তামুলপুৰ সমষ্টিৰ অন্তৰ্গত গয়বাৰী মণ্ডল বিজেপিৰ কাৰ্যালয় চৌহদত অনুস্থিত এক যোগদান সভাত অংশ গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰানী দাস বড়োই কয়, ‘বি টি আৰত এইবাৰ নতুন দিগন্তৰ সূচনা হ’ব। এইবাৰৰ বি টি আৰ নিৰ্বাচন প্ৰত্যাহ্বানৰ নিৰ্বাচন, গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন, সু-শাসন প্ৰতিস্থা কৰাৰ নিৰ্বাচন, অধিকাৰ ৰক্ষাৰ নিৰ্বাচন’।

সভাত ৰেখা ৰাণী বড়োৱে পুনৰ কয়, ‘বিজেপিয়ে সমগ্ৰ বড়ো ভূমিত শান্তি স্থাপন কৰিব বিচাৰে, সুশাসন দিব বিচাৰে। সমগ্ৰ বি টি আৰত এতিয়া বিজেপিৰ সপক্ষে ধুমুহা বলিছে। এই ধুমুহাত হাগ্ৰামাৰ বি পি এফ কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে। এইবাৰ হাগ্ৰামাৰ বিদায় লোৱাৰ সময়। আমি বিচাৰো হাগ্ৰামাই সন্মান সহকাৰে বিদায় লওক’।

‘হাগ্ৰামা এতিয়া নিসংগ ৷ মহিলাৰীৰ সোঁহাত-বাওঁহাত স্বৰূপ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী এতিয়া হাগ্ৰামাৰ সংগ এৰিলে। দুয়ো গৰাকী নেতাই অচিৰেই বিজেপি দলত যোগদান কৰিব আৰু তামুলপুৰ সমষ্টিত এক নতুন মাত্ৰা প্ৰদান কৰিব। বি টি আৰবাসীয়ে এতিয়া বিজেপিক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। বিজেপি দলত যোগদান কৰিবলৈ এতিয়া বি টি আৰবাসীয়ে হেতা ওপৰা লাগাইছে’, এই মন্তব্য ৰেখা ৰাণী দাস বড়োৰ।

ৰেখাৰাণী দাস বড়োয়ে লগতে গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীক সমালোচনা কৰি কয় যে চণ্ডীয়ে এইবাৰ চণ্ডী পূজা কৰিও উদ্ধাৰ হ’ব নোৱাৰে।

বিজেপিৰ যোগদান সভাত অংশ গ্ৰহণ কৰি বাক্সা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসে কয়, ‘বি টি আৰবাসীয়ে এতিয়া কেৱল  পৰিবৰ্তন বিচাৰে ৷ বিটিআৰ নিৰ্বাচনত বিজেপিয়ে এইবাৰ চৰকাৰ দখল কৰাটো খাটাং। গয়বাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাই অভিলেখ সংখ্যক ভোট লাভ কৰি জয়ী হ’ব’।

গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হৰেন্দ্ৰনাথ ৰাভাৰ সভাপতিত্বত অনুস্থিত আজিৰ যোগদান সভাত গয়বাৰী ব্লক বি পি এফৰ সাধাৰণ সম্পাদক জাৰমল ব্ৰহ্ম, শুকুৰ সিং ব্ৰহ্ম, জনক ব্ৰহ্মৰ নেতৃত্বত প্ৰায় তিনি শতাধিক গয়বাৰী ব্লক বি পি এফ নেতা কৰ্মীয়ে আনুস্থানিকভাৱে বিজেপি দলত যোগদান কৰে।

যোগদান সভাত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, সম্পাদক  ৰাজেশ বড়ো, বাক্সা জিলা মহিলা বিজেপিৰ সভানেত্ৰী ভানু মজুমদাৰ, গয়বাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ লগতে কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে ৷

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd