• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যোগী ৰাজ্যত পুনৰ নাৰকীয় কাণ্ড : ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা; কাটি নিলে যকৃৎসহ অন্য অংগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2020 4:56 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ অন্য এক নাৰকীয় কাণ্ডই কঁপাই গৈছে যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশ।

হাথৰাছ গণ ধৰ্ষণ কাণ্ড দেশবাসীৰ স্মৃতিপটত সজীৱ হৈ থকাৰ পৰতে উত্তৰ প্ৰদেশৰ কাণপুৰত এগৰাকী ৬ বছৰীয়া নাবালিকাক গণধৰ্ষণ কৰি হত্যা কৰিছে ধর্ষণকাৰীয়ে।

Apply Now

কেৱল ইমানেই নহয়, ধৰ্ষণকাৰীয়ে নাবালিকা গৰাকীক হত্যা কৰাৰ পিছত মৃতদেহৰ পৰা যকৃৎসহ অন্য অংগও কাটি উলিয়াই নিয়া হৈছে।

দেওবাৰে স্থানীয় লোকে অৰণ্যৰ মাজত নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহ সন্ধান লাভ কৰাৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীৰ মতে নাবালিকা গৰাকীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি শৰীৰৰ অংগ কাটি দেহৰ পৰা বিচ্ছিন্ন কৰা হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি নাবালিকা গৰাকীৰ গাঁৱৰ এক সন্তানহীন দম্পতীয়ে অন্ধবিশ্বাসৰ বলি হৈ কলা-যাদুৰ দ্বাৰা সন্তান লাভৰ বাবে এই নাৰকীয় কাণ্ডটো সংঘটিত কৰোৱায়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত পৰশুৰাম কুৰীল নামৰ লোকজনে ১৯৯৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু সন্তানহীন হৈ থকাত অন্ধবিশ্বাসৰ বলি হৈ দম্পতী হালে কলা-যাদুৰ শৰণাপন্ন হয়।

অন্ধবিশ্বাসৰ স্বীকাৰ হোৱা সন্তানহীন দম্পতী হালে কলা-যদুৰ দ্বাৰা সন্তান লাভ কৰিবলৈ হ’লে এটা মানৱ যকৃৎ প্ৰয়োজন হয় বুলি প্ৰতিয়ন গৈ এগৰাকী নাবালিকাক ইয়াৰ বাবে লক্ষ্য কৰি লয়। এই কামত সিদ্ধিলাভৰ বাবেই এই জঘন্য কাণ্ডটোৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰে তেওঁলোকে।

পৰিকল্পনাৰ অনুসৰিয়ে পৰশুৰামে গাঁৱৰ অংকুৰ কুৰীল(২০) আৰু বীৰান(৩১) নামৰ যুৱক দুজনক ধন দি এই কামৰ দায়িত্ব দিয়ে।

দুই যুৱকে শনিবাৰে দীপাৱলীৰ সুযোগত নাবালিকা গৰাকীক অপহৰণ কৰি অৰণ্যলৈ নি গণধর্ষণ কৰাৰ পিছত হত্যা কৰি শৰীৰৰ পৰা যকৃৎসহ অন্যান্য অংগবোৰ উলিয়াই নিয়ে।

শনিবাৰে নাবালিকা গৰাকী ঘৰলৈ ওভতি নহাত পিতৃ-মাতৃয়ে বিচাৰি যায় যদিও আন্ধাৰৰ বাবে কোনো সন্ধান লাভ নকৰিলে। দেওবাৰে স্থানীয় লোকে সমীপৰ অৰণ্যত বিচাৰ খোচাৰ কৰোতে নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহটোৰ সন্ধান লাভ কৰি আৰক্ষীক খবৰ দিয়ে।

দেওবাৰে আৰক্ষীয়ে নাবালিকা গৰাকীৰ ক্ষত বিক্ষত মৃতদেহটো উদ্ধাৰ পিছতে এই সমস্ত ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে নাবালিকা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ফৰেনছিক পৰীক্ষাৰ বাবেও স্বাস্থ্যৰ নমুনা প্ৰেৰণ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে পৰশুৰাম আৰু তেওঁৰ পত্নীৰ লগতে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দুই অভিযুক্তক ভাৰতীয় দণ্ডবিধিৰ POCSO(Protection of Children from Sexual Offences Act.)  আইনৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি দাবী কৰি ভুক্তভোগী পৰিয়ালটোলৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd