• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিৰাকল! : ৪৫ মিনিট ধৰি শ্বাস-প্ৰশ্বাস বন্ধ; তাৰপিছতো জী উঠিল এজন ব্যক্তি; পিছে কেনেকৈ?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2020 6:12 pm
hiker-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪৫ মিনিট সম্পূৰ্ণ স্বাস-প্ৰশ্বাস বন্ধ হৈ থকাৰ পিছতো পুনৰ জী উঠিল এগৰাকী মাৰ্কিন নাগৰিক।

লোকজনৰ নাম মাইকেল নেপিনস্কিন। ৪৫ বছৰীয়া মাইকেলে যোৱা ৭ নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাউন্ট ৰেইনাৰ জাতীয় উদ্যানলৈ ভ্ৰমণৰ বাবে ওলাই গৈছিল।

Apply Now

উদ্যানৰ ভিতৰত পথ হেৰুৱাই মাইকেল পাহাৰৰ মাজত আৱদ্ধ হৈ পৰে। অতি ঘন অৰণ্যৰে ভৰা পাহাৰটো আছিল অত্যন্ত ঠাণ্ডা।

পিছদিনা হেলিকপ্টাৰেৰ উদ্যানখনত সন্ধানহীন মাইকেলক বিচাৰি অভিযান চলোৱা হয়। বহু সময় সন্ধান চলোৱাৰ পিছত মাইকেলক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

অভিযানকাৰী দলটোৰ গ্ৰাউণ্ড টিমে এয়াক্ৰাফ্টেৰে নামি মাইকেলক উদ্ধাৰ কৰি ৱাশ্বিংটনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

মাৰাত্মক ঠাণ্ডাৰ ফলত ইতিমধ্যে মাইকেলৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ গৈছিল। অৱশ্যে তেওঁৰ নাড়ীটো তেতিয়াও সক্ৰিয় হৈ আছিল।

চিকিৎসকৰ দলে লগে লগে মাইকেলক ইমাৰ্জেন্সিত ভৰ্তি কৰোৱায় CPR পদ্ধতিৰে শ্বাস-প্ৰশ্বাস পুনৰ ওভতাই অনাৰ বাবে চেষ্টা কৰে।

আনকি চিকিৎসকৰ দলটোৱে ECMO যন্ত্ৰও ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰে মাইকেলৰ শৰীৰৰ পৰা কাৰ্বন-ডাই-অক্সাইড উলিয়াই অক্সিজেন প্ৰৱেশ কৰাৰ বাবে ৰক্ত বাহিৰ কৰা হয়।

এই প্ৰক্ৰিয়া সমাপন কৰোতে সময় লাগে প্ৰায় ৪৫ মিনিট। ইয়াৰ পিছতে মাইকেলৰ শ্বাস-প্ৰশ্বাসৰ শব্দ শুনা পায় চিকিৎসকৰ দলটোৱে। মাইকেলে সম্পূৰ্ণ দুটা দিনৰ পিছত চেতনা ঘূৰাই পায়।

মাইকেলে শ্বাস-প্ৰশ্বাস ওভতাই পোৱাৰ পিছত আশ্বৰ্যচকিত হৈ পৰা চিকিৎসক দলটোৱে ইয়াক এক মিৰাকল বুলি অভিহিত কৰিছে।

ইফালে পুনৰ জীৱন লাভ কৰি মাইকেলো হৈ পৰিছে অতি আচৰিত। “কি হৈছিল মই একো গমেই পোৱা নাছিলো। হয়তো মই মৰিয়ে গৈছিলো। কিন্তু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলৰ অহোপুৰুষাৰ্থত মই পুনৰ জীৱন লাভ কৰিলো। ইয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো।” মাইকেলে কয়।

ইফালে মৃতপ্ৰায় এগৰাকী ৰোগীক প্ৰাণ বচাই উৎফুল্লিত হৈ পৰিছে চিকিৎসক দলটোৰ সৈতে স্বাস্থ্যকৰ্মীসকল।

হোৱাইটনিও নামৰ নাৰ্ছ এগৰাকীয়ে কয়, “বহু চেষ্টাৰ পিছত যেতিয়া তেওঁ চকু খোলে, চকুৰে লুটক বাগৰি আহিছিল। আমাৰ সকলো পৰিশ্ৰমৰ বাবে তেওঁল পুনৰ জীৱন লাভ কৰিলে, আমাৰ ভাল লাগিছে।”

অৱশ্যে চেতনা ঘূৰাই পেলাও প্ৰথমাৱস্থাত মাইকেলৰ কিডনী আৰু হৃদযন্ত্ৰই স্বাভাৱিকভাৱে কাম কৰা নাছিল। চিকিৎসকৰ দলে চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হৈ উঠিছে।

যোৱা শুকুৰবাৰে ক্ৰমাৎ সুস্থ হৈ উঠা মাইকেলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে চিকিৎসকৰ দলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd