• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবাৰ ইৰান আক্ৰমণ কৰি চাব পাৰি নেকি? শীৰ্ষ বিষয়াৰ পৰামৰ্শ বিচাৰিলে যুযুৎসু ট্ৰাম্পে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2020 6:09 pm
aaa donald-trump-september-23
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰাজিত হোৱাৰ পিছতো যেন যুদ্ধৰ বাসনাই লগ এৰা দিয়া নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাজিত ডোনাল্ড ট্ৰাম্পক।

পৰাজিত হ’লে নতুন ৰাষ্ট্ৰপতি জো বিদেনে কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত ট্ৰাম্পেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আছে। বিদায়ৰ প্ৰাকক্ষণতো ট্ৰাম্পে ইৰানৰ প্ৰতি থকা আখেজ পূৰণ কৰাৰ বাবে ব্যক্ত কৰা ইচ্ছাই এতিয়া সকলো লোককে আচৰিত কৰি তুলিছে।

Apply Now

মাৰ্কিন ৰাষ্ট্ৰপতিৰ আসনত মাত্ৰ কেইটামান দিনলৈকে থকা ট্ৰাম্পে বিদায়ৰ পূৰ্বে ইৰানক এসেকা দি থৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

সেইমৰ্মে কিবা প্ৰকাৰে ইৰান আক্ৰমণ কৰিব পাৰি নেকি সেই বি,য়ত ট্ৰাম্পে তেওঁৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ পৰা পৰামৰ্শও বিচাৰিছে।

মাৰ্কিন প্ৰশাসনৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বৃহস্পতিবাৰে হোৱাইট হাউচত আয়োজিত ট্ৰাম্প প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ এখন বৈঠকত ট্ৰাম্পে ইৰান আক্ৰমণ কৰিব পাৰি নেকি সেই বিষয়ত উচ্চ পদস্থ বিষয়াসকলৰ পৰা পৰামৰ্শ বিচাৰে।

ট্ৰম্পৰ প্ৰস্তাৱত একপ্ৰকাৰ জাঁপ মাৰি উঠে উচ্চ পদস্থ বিষয়াসকল।বৈঠকত উপস্থিত থকা উপ-ৰাষ্ট্ৰপতি মাইক পেন্স,নতুন ভাৰপ্ৰাপ্ত প্ৰতিৰক্ষামন্ত্ৰী খ্ৰীষ্ট’ফাৰ মিলাৰ,জয়েণ্ট চীফ অৱ ষ্টাফৰ অধ্যক্ষ মাৰ্ক মিলি আদি ব্যক্তিসকল।

ট্ৰাম্পৰ ইৰান আক্ৰমণৰ পৰিকল্পনাৰ কথা শুনি তেওঁলোক আটাইৰে তালুৱে-জিভাই লগা অৱস্থা।

এনেয়ে ট্ৰাম্পৰ বেয়া দিন চলিছে, তাতে আকৌ ইৰান আক্ৰমণ কৰিলে ট্ৰাম্পৰ অৱস্থা আৰু বেছি বেয়া হ’ব।

এই কথা উপলব্ধি কৰিয়েই উপ-ৰাষ্ট্ৰপতি পেন্সকে ধৰি আন বিষয়াসকলে ট্ৰাম্পক এনে পৰিকল্পনা পৰিত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে।

ফলত এখন যুদ্ধৰ পৰা ইৰান ৰক্ষা পৰিল। উল্লেখ্য ট্ৰাম্পে ইতিমধ্যে ইৰানৰ সৈতে থকা পাৰমাণৱিক চুক্তি বাতিল কৰিছে, ইৰানৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে।

ইমানৰ পিছতো ট্ৰাম্পে বিদায় বেলাত ইৰান আক্ৰমণ কৰিব বিচৰা কথাই লোকজনৰ যুযুৎসু মনোভাৱক পুনৰ প্ৰকট কৰিলে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd