• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত জলসম্পদৰ কোটিটকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
November 19, 2020 2:53 pm
Screenshot_2020-11-19-13-49-05_1

ফটো: নৰ্থইষ্ট নাও

15.7k
VIEWS
Share on FacebookShare on Twitter

উন্নয়ন আৰু প্ৰগতিৰ লক্ষ্য আগত ৰাখি ৰাজ্যখনত চৰকাৰৰ প্ৰতিটো বিভাগে ইতিমধ্যে বিভিন্ন অভিলাষী আঁচনি আৰম্ভ কৰাৰ সমান্তৰালকৈ আজি যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰীতো অসম চৰকাৰৰ জলসম্পদ বিভাগৰ গুৰুত্বপূৰ্ণ আচঁনিৰ কামৰ আধাৰশিলা স্থাপন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ লগতে বিভাগীয় কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতত কাৱৈমাৰী গোঁহাই গাওঁ, চীনাতলি কুমাৰ গাওঁ খহনীয়া প্ৰতিৰোধৰ আঁচনি লগতে বেজৰছিগা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ জাঁজীমুখৰ মাথাউৰি সৱলীকৰণ আচঁনিখনৰ আধাৰশিলা কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলা সম্পাদক দ্বিপেন বৰগোঁহাই উপস্থিত থকা এই অনুষ্ঠানত আগন্তুক দিনত এই আচঁনিৰ সফল ৰূপায়নে উক্ত নৈপৰীয়া অঞ্চলৰ সমস্যাসমূহৰ স্থায়ী সমাধান হ’ব বুলি আশা কৰিছে মন্ত্ৰীগৰাকীয়ে{

তেওঁ লগতে উক্ত  কাম অধিক খৰতকীয়াকৈ সম্পূৰ্ণ কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে।

তদুপৰি, অহা জানুৱাৰিৰ ভিতৰত চৰকাৰে দুইলাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিব বুলিও সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতকাৰত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Recent News

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

আপুনিও কফি সেৱন কৰে নেকি? যদি কৰে তেন্তে পঢ়ক এইটো লেখা

আপুনিও কফি সেৱন কৰে নেকি? যদি কৰে তেন্তে পঢ়ক এইটো লেখা

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd