• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ মিছা অভিযোগত যুৱকক জে’ললৈ প্ৰেৰণ : যুৱতীক ১৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2020 6:12 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্ষণৰ মিছা অভিযোগত কাৰাৰুদ্ধ হোৱা এগৰাকী যুৱকে অৱশেষত ন্যায় ভাল কৰিবলৈ সক্ষম হৈছে।

দহবছৰ পূৰ্বে এক ধৰ্ষণৰ মিছা অভিযোগত ৯৬ দিন পৰ্যন্ত কাৰাৰুদ্ধ হৈ জামিন লাভ কৰাৰ পিছতে নিৰ্দোষী যুৱকজনে যুঁজিছিল ন্যায় লাভৰ বাবে।

Apply Now

অৱশেষত আদালতে যুৱকজনক নিৰ্দোষী বুলি ঘোষণা কৰে আৰু তেওঁৰ বিৰুদ্ধে মিথ্যা অভিযোগ অনা যুৱতী গৰাকীৰ পৰিয়ালটোক ১৫ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

নিৰ্দোষী উক্ত যুৱকজন হৈছে তামিলনাডুৰ ৰাজধানী চেন্নাইৰ সন্তোষ।

২০১০ চনত সন্তোষৰ বিৰুদ্ধে উত্থাপন কৰা হয় এটা ধৰ্ষণৰ অভিযোগ। উক্ত অভিযোগৰ ভিত্তিত সন্তোষে ৯৬ দিন কাৰাৰুদ্ধ হৈ আৰু পিছত জামিন লাভ কৰি মুকলি আকাশলৈ ওলাই আহে।

ইয়াৰ পিছতে নিৰ্দোষী যুৱকজনে এই ভুৱা তথা মিথ্যা অভিযোগৰ বিৰুদ্ধে চেন্নাই আদালতৰ দাৰস্থ হয়।

ঘটনাৰ বিৱৰণী অনুসৰি এক বন্ধুৰ পৰিয়ালৰ সৈতে সন্তোষৰ বিয়া ঠিক হৈছিল। কিন্তু সম্পত্তি বিবাদ সৃষ্টি হোৱাত তেওঁলোকৰ বিবাহ ভাঙি যায়।

সেই সময়ত এখন বেচৰকাৰী খণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত সন্তোষে ইঞ্জিনিয়াৰিঙ পঢ়ি আছিল।

তেনে সময়তে যুৱতী গৰাকীৰ পৰিয়ালে যুৱতী গৰাকীক অন্তঃসত্ত্বা হোৱা বুলি প্ৰকাশ কৰি সন্তোষ গৰ্ভস্থ সেই সন্তানটিৰ পিতৃ বুলি দাবী কৰে।

কিন্তু অভিযুক্ত সন্তোষ আৰু তেওঁৰ পৰিয়ালে সেই দাবী প্ৰত্যাখান কৰে।

যুৱতী গৰাকীৰ পৰিয়ালে ইয়াৰ পিছতে সন্তোষৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ সন্তোষক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে।

ইয়াৰ মাজতে ২০১০ চনৰ ফেব্ৰুৱাৰীৰ মাহত যুৱতী গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। কন্যা সন্তানটিৰ ডিএনএ পৰীক্ষা কৰাৰ পিছত স্পষ্ট হয় যে কন্যা সন্তানটিৰ পিতৃ সন্তোষ নহয়।

ইয়াৰ পিছতে ৬ বছৰীয়া ন্যায়িক যুঁজৰ পিছত ২০১৬ চনত মহিলা আদালতে সন্তোষক নিৰ্দোষী বুলি ঘোষণা কৰে।

এইবাৰ যুৱতী গৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে ওলোটাই গোচৰ ৰুজু কৰি সন্মানহানিৰ ক্ষতিপূৰণ দাবী কৰে সন্তোষে।

ধৰ্ষণৰ মিছা অভিযোগেৰে কাৰাৰুদ্ধ কৰোৱা আৰু ভৱিষ্যৎ নষ্ট কৰাৰ অভিযোগ তুলি সন্তোষে যুৱতী গৰাকীৰ পৰিয়ালৰ পৰা ৩০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে।

আদালতে শেষত যুৱতী গৰাকীৰ পৰিয়ালক ১৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে। এইদৰে ন্যায় লাভ কৰে ধৰ্ষণৰ মিছা অভিযোগৰ বলি হৈ কাৰাৰুদ্ধ হোৱাৰ সন্তোষে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd