• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেহৰক্ষীৰ সৈতে গোপন সম্পৰ্ক লুকুৱাই ৰাখিবলৈ এইগৰাকী ৰাজকুমাৰীয়ে কিমান টকা দিছিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 12:55 pm
WhatsApp Image 2020-11-22 at 12.09.57 PM

ৰাজকুমাৰী হায়া। ফটো সৌজন্য: ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ দেহৰক্ষীৰ সৈতেই সম্পৰ্কত জড়িত হৈ পৰিছিল ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ অল মক্তুমৰ ৰাজকুমাৰী পত্নী। বাতৰি অনুসৰি, তেওঁলোকৰ এই গোপন সম্পৰ্ক লুকুৱাই ৰখাৰ বাবে ৰাজকুমাৰী হায়াই দেহৰক্ষীগৰাকীক ১২কোটি টকা দিছিল।

দ্য ডেইলী মেইল কাকতত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ খৱৰ।

Apply Now

ডুবাইৰ শাসকগৰাকীয়ে ৰাজকুমাৰীক নজনোৱাকৈয়ে ২০১৯চনৰ ফেব্ৰুৱাৰিত শ্বৰিয়ত আইনমতে তালাক দিয়ে।

বাতৰি অনুসৰি, প্ৰিন্সেছ হায়াৰ দেহৰক্ষীগৰাকী বিবাহিত আছিল আৰু তেওঁলোকৰ পৰকীয়া সম্পৰ্কৰ বাবেই দেহৰক্ষীৰ সেই বিয়া ভাঙি যায়।

ৰাজকুমাৰী হায়াই পূৰ্বেই ডুবাই এৰি গৈ বৰ্তমান তেওঁ ব্ৰিটেইনত বাস কৰে। সন্তানৰ অধিকাৰ লৈ ৰাজকুমাৰী হায়াই ব্ৰিটেইনৰ আদালতত এটা গোচৰ তৰিছিল। আদালতে ৰাজকুমাৰী হায়াৰ পক্ষেই ৰায় দিয়ে।

জানিব পৰা মতে, ৰাজকুমাৰী হায়াই তেওঁৰ দেহৰক্ষীগৰাকীক অতি দামী দামী উপহাৰ দিছিল। তাৰ ভিতৰত ১২লাখটকীয়া ঘড়ী, ৫০লাখ টকীয়া বন্দুকৰ দৰে সামগ্ৰীও।

ৰাজকুমাৰী হায়া ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ অল মক্তুমৰ ষষ্ঠ তথা কনিষ্ঠতম পত্নী আছিল। বাতৰি অনুসৰি, ২০১৬চনত তেওঁ দেহৰক্ষীৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছিল।

বাতৰিত কোৱা হৈছে যে ৪৬বছৰীয়া ৰাজকুমাৰী হায়াৰ তেওঁৰ ৩৭বছৰীয়া ব্ৰিটিছ দেহৰক্ষীগৰাকীৰ সৈতে ২বছৰ পৰ্যন্ত সম্পৰ্ক চলিছিল।

দেহৰক্ষা ৰাছেলৰ সৈতে সম্পৰ্কৰ কথা গোপনে ৰখাৰ বাবে ৰাজকুমাৰী হায়াই আন তিনিগৰাকী দেহৰক্ষীকো কেইবা কোটি টকা দিছিল।

২০১৮চনত দুগৰাকী সন্তানৰ মাতৃ ৰাজকুমাৰী হায়া ডুবাইৰ পৰা পলাই গৈ লণ্ডনত থাকিবলৈ লয়।

বাতৰিত কোৱা হৈছে যে দেহৰক্ষী ৰাছেল ফ্লাৱাৰে এই সন্দৰ্ভত যিদৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খোজা নাই, ঠিক সেইদৰে ৰাজকুমাৰী হায়াইয়ো দেহৰক্ষীৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা স্বাকীৰ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd