• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাহৰীঘাট সমষ্টিৰ কোনো নিৰ্বাচনতে ভাড়াতীয়া প্ৰাৰ্থীক সমৰ্থন কৰা নহ’ব : অগপ

চানু গগৈ by চানু গগৈ
November 22, 2020 8:55 pm
Assam polls 2021: AGP to contest in 85 constituencies

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনতে হওক বা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতে হওক, মৰিগাঁও জিলাৰ ৮১ নং লাহৰীঘাট বিধানসভা সমষ্টিৰ আসনত বা  বিধানসভা সমষ্টিটোৰ এলেকাত থকা তিৱা স্বায়ত্ত পৰিষদৰ আসনত স্থায়ী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব মৰিগাঁও জিলাৰ লাহৰীঘাট অগপ সমষ্টি কমিটিয়ে।

লাহৰিঘাটৰ অমৰাগুৰীত দলটোৰ জিলা আৰু সমষ্টিৰ নেতৃত্বই এখন সংবাদ মেল সম্বোধন কৰি এই কথা স্পষ্ট কৰি দিয়ে।

Apply Now

সংবাদ মেল খনত উপস্থিত থাকে অগপৰ  মৰিগাওঁ সমষ্টি কমিতিৰ সম্পাদক উপেন খাটনীয়াৰ, কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য যদু মনি পাতৰ, আৰু অগপৰ  লাহৰীঘাট বিধান পৰিষদৰ সভাপতি গুলজাৰ হুছেইনকে ধৰি কেবাজনো জিলা আৰু সমষ্টি কমিতিৰ নেতা।

উল্লেখ্য যে প্ৰতিটো নিৰ্বাচনৰ সময়তে লাহৰীঘাটত একাংশ ভাড়াতীয়া নেতাই ভিৰ কৰেহি বিভিন্ন দলৰ টিকট বিছাৰি। বহু সময়ত এনে একাংশ নেতাই অগপৰ মজিয়াতো প্ৰৱেশ কৰি বিসম্বাদৰ বিজ ৰোপন কৰে বুলি কমিটিয়ে অভিযোগ কৰে।

তেওঁলোকে লগতে কয় যে, বৰ্তমানো পূৰ্বে দলত নাম গোন্ধ নথকা টিকট প্ৰত্যাশিয়ে একাংশ কৰ্মীক প্ৰলোভন দি লাহৰীঘাটত দলীয় অনুশাসন ভংগ কৰি নিৰ্বাচনী কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে অগপৰ মজিয়াত। আনকি এনে দৌৰত নামি পৰিছে কৃষি বিভাগৰ এজন শীৰ্ষ বিষয়া।

কৃষি পথাৰ চোৱাৰ চলেৰে বিভিন্ন সজাগতা সভা আদিত অংশ গ্ৰহণ কৰি আব্দুল জলিল নামৰ এই বিষয়া জনে আনকি দলীয় সভাতো অংশ গ্ৰহণ কৰা ঘটনাই অগপৰ দলীয় মঞ্চত স্বাভাবিকতেই চৰ্চা লাভ কৰিছে।

দলীয় মঞ্চত এনে ধৰণৰ নাম গোন্ধ নথকা তথাকথিত ভাড়়াতীয়া প্ৰাৰ্থীৰ আগমৰ প্ৰতি লক্ষ্য ৰাখিয়ে শনিবাৰে সংবাদমেল খনত দলীয় নেতৃত্বই দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত এনে এক স্থিতি ঘোষণা কৰি সতৰ্ক কৰি দিয়াৰ দৰেহে যেন পৰিলক্ষিত হ’ল।

অৱশ্যে লাহৰীঘাট সমষ্টি এলেকাত থকা দুয়োটা তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টিতো দলে স্থানীয় নেতাক প্ৰক্ষেপ কৰিব লাগিব বুলি দাবী কৰে।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা হৈ আসন বুজাবুজি কৰিব নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সভাপতি গুলজাৰ হুছেইন আৰু কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য যদুমনি পাতৰে একেমুখে কয়, ‘এয়া নিৰ্ভৰ কৰিব কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত।

অৱশ্যে আসন বুজাবুজি নহ’লে দুয়োটা সমষ্টিতে অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰে নে়তাদ্বয়ে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd