• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না সংকটৰ মাজতে আৰু জনসংখ্যা বৃদ্ধি কৰিব বিচাৰে চীনে; চৰকাৰে দম্পতিসকলক দিব সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 10:03 am
China president Xi_Jinping
1.4k
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বতে কৰ’নাৰ সংহাৰ বৃদ্ধি পাইছে। চীনতো কৰ’নাৰ মাৰাত্মক প্ৰভাৱ পৰিছে। কিন্তু এই মহামাৰীৰ মাজতে চীনে এইবাৰ জনসংখ্যা বৃদ্ধিৰ কৌশলক লৈ পৰিকল্পনা চলাইছে।

দেশখনত জন্মৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুন নীতি গ্ৰহণ কৰিছে চীনে। চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনত বয়স্ক লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই সমস্যাৰ মোকাবিলা কৰিবৰ বাবে শিশু জন্ম দিয়াৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে।

‘চাইনা ডেইলী’ৰ প্ৰতিবেদন অনুসৰি চীনত বয়সস্থ লোকৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে। ইয়াৰ লগতে বিশ্বৰ আন আন দেশৰ লগতে চীনো এতিয়ালৈকো কৰ’নাৰ সংকটৰ পৰা মুক্ত হোৱা নাই।

প্ৰতিবেদন অনুসৰি বৰ্তমান চীনত যিসকল দম্পতিয়ে শিশু জন্ম দিব বিচাৰিছে তেওঁলোকলৈ চৰকাৰে আৰ্থিক সহায়তা আগবঢ়াব।

বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ হ’লেও চীনত শিশুৰ জন্মত গুৰুত্ব দিয়া হৈছে যাতে দেশখনত যুৱকৰ অভাৱ নহয়। কিয়নো চীনত বাৰ্দ্ধক্যৰ গতি অতি বেছি।

উল্লেখ্য যে ১৯৭৮চনত চীনত ‘এটা সন্তান’ৰ নীতি ঘোষণা কৰা হৈছিল। এই নীতি উলংঘা কৰা দম্পতিক জৰিমনা পৰ্যন্ত বিহা হৈছিল। আনকি তেওঁলোকৰ চাকৰিও কাঢ়ি লোৱা হৈছিল। দেশখনত প্ৰচুৰ গৰ্ভপাতো কৰোৱা হৈছিল।

সেই সময়ত চীনত দৰিদ্ৰতা হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল কিয়নো বৰ্দ্ধিত জনসংখ্যাই এক প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল। পাছত ২০১৫চনত দেশখনে এইক্ষেত্ৰত ৰেহাই দিয়ে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd