• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এবাৰ নহয় দুবাৰ! খেলৰ মাজতেই প্ৰতিপক্ষ ফুটবলাৰৰ গুপ্তাংগত দিলে হাত; ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2020 12:24 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

ফুটবল মানেই যেণ ৰোমাঞ্চ, মজা আৰু বিতৰ্ক। ফুটবলাৰসকলে ফিল্ডৰ ভিতৰতেই হওক বা বাহিৰতেই হওক দৰ্শক তথা অনুৰাগী সকলক দি আহিছে বিভিন্ন ধৰণৰ আমোদ।

মেচৰ সময়ত বা অন্য সময়ত ফুটবলাৰ সকলৰ আমোদজনক কাৰ্যই সদায়েই দৃষ্টি কাঢ়িবলৈ সক্ষম হয় অনুৰাগী সকলৰ।

কিন্তু এনে কৰিবলৈ গৈ বিভিন্ন সময়ত বিভিন্ন ফুটবলাৰ তীব্ৰ বিতৰ্কৰ মাজতো সোমাই পৰে।

এইবাৰ এনে এক বিতৰ্কৰ মাজত সোমাই পৰিছে ইংলিছ ফুটবলাৰ ডাৰ্নেল ফিচাৰ। এইগৰাকী ফুটবলাৰে প্ৰতিপক্ষৰ এগৰাকী ফুটবলাৰৰ গুপ্তাংগত হাত দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এবাৰ নহয় দুবাৰকৈ গুপ্তাংগত হাত দিয়া কুকীৰ্তি স্পষ্ট ৰূপত ধৰা পৰিছে কেমেৰাত।

এই কাৰ্যৰ বাবে এতিয়া ভীষণ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে প্ৰেষ্টন ক্লাবৰ ফুটবলাৰগৰাকী।

উল্লেখ্য যে যোৱা শনিবাৰে ইংলেণ্ডৰ ডিপডেল ষ্টেডিয়ামত নৰ্থ এণ্ড চেম্পিয়নশ্বিপৰ এখন মেচত মুখামুখি হৈছিল প্ৰেষ্টন আৰু শ্বেফিল্ড।

এই মেচখনৰ দ্বিতীয়াৰ্ধত প্ৰেষ্টনৰ ডিফেণ্ডাৰ ডাৰ্নেল ফিচাৰে শ্বেফিল্ডৰ কালাম পিটাৰছনৰ গুপ্তাংগত হাত দিছিল। এবাৰ নহয় দুবাৰকৈ এনে কাৰ্য কৰিছিল ফিচাৰে।

কেমেৰাত এই দৃশ্য দেখা পোৱাৰ পিছত সকলোৱে এইটো অনুভৱ কৰিছে যে তেওঁ এই কুকৰ্ম ইচ্ছাকৃতভাৱে কৰিছে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ফুটবল এছ’চিয়েশ্যনৰ গভৰ্নিং বডিয়ে।

অৱশ্যে ৰেফাৰিয়ে মেচৰ সময়ত ঘটা এই ঘটনা দেখা পোৱা নাছিল বুলি জানিবলৈ দিয়ে।

এই ঘটনাই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত এতিয়া ফুটবল এছ’চিয়েশ্যনে ফিচাৰৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

বিল ল’লেই বিপদ! ৰেষ্টুৰেণ্টৰ পৰা এটিএমলৈকে ৰচিদত লুকাই আছে মাৰাত্মক ৰাসায়নিক; দাবী সমীক্ষাৰ

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

লালকিল্লাত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ট্ৰাম্পৰ শুল্ক আৰোপৰ ভাবুকিত শংকিত নহয় ভাৰত; ৰাছিয়াৰ তেল ক্ৰয় সন্দৰ্ভত প্ৰত্যুত্তৰ নতুন দিল্লীৰ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd