• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যখনৰ তিনিটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী গৰাকীৰ অন্তিম সৎকাৰৰ বাবে এটুকুৰা মাটি নাই চৰকাৰৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 24, 2020 1:31 pm
WhatsApp Image 2020-11-24 at 1.12.17 PM

ফটো: নৰ্থইষ্ট নাও

7.7k
VIEWS
Share on FacebookShare on Twitter

১৫ টাকৈ বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল তেওঁ। তেওঁ আছিল ৰাজনীতিৰ দুৰন্ত তৰুণ। কিন্তু মৃত্যুৰ পাছত তেওঁৰ প্রতি চৰম অৱহেলা ৰাজ্য চৰকাৰৰ। এতিয়া অন্তিম সংস্কাৰৰ বাবে এটুকুৰা মাটি বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোক তথা প্ৰদেশ কংগ্ৰেছে।

প্ৰয়াত তৰুণ গগৈৰ সমাধি ক্ষেত্ৰৰ বাবে এটুকুৰা মাটি বিচাৰি চৰকাৰক আহ্বান জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী মাটি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈকে যুগুত কৰি দিয়া নাই চৰকাৰে।

এই গুৰুতৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

কামৰূপ মহানগৰ জিলা উপায়ুক্তক মাটি এটুকুৰা বিচাৰি আবেদন কৰিছে যদিও এই মুহূৰ্তলৈকে চৰকাৰী মাটি নাই বুলি তেওঁক জনোৱা বুলি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয়।

যদি চৰকাৰে মাটিৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতে গগৈৰ সৎকাৰ কৰা হ’ব বুলি তেওঁ জনায়।

ইপিনে, তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতো চৰকাৰে সমাধি নিৰ্মাণৰ বাবে এটুকুৰা মাটি যোগান ধৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও বৰাই ক্ষোভ উজৰা পৰিলক্ষিত হয়।

অৱশ্যে বৰাই এতিয়াও চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম সৎকাৰৰ বাবে এটুকুৰা চৰকাৰী মাটি আগবঢ়াব বুলি আশা ব্যক্ত কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd