• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কপিল-শচীনৰ স্মৃতি বিজৰিত ৰেট্ৰ’ জাৰ্চিৰে অষ্ট্ৰেলিয়াত সাজু ধাৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 9:12 am
350
VIEWS
Share on FacebookShare on Twitter

আৰু কিছুদিন পিছত আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহাৰণ। বেট আৰু বলৰ সমান্তৰালকৈ কোহলী আৰু স্মিথৰ মাজত হ’ব শ্ৰেষ্ঠত্বৰ যুঁজ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট মেচ খেলিব।

অহা ২৭ নৱেম্বৰত ভাৰতে এদিনীয়া মেচেৰে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অভিযান আৰম্ভ কৰিব। এদিনীয়া শৃংখলাটোত ভাৰতে নতুন জাৰ্চিৰে ফিল্ডত নামিব।

নতুন জাৰ্চিত থাকিব ৰেট্ৰ’(পুৰণি) লুক। ইতিমধ্যে ভাৰতে পিন্ধিবলগীয়া এই জাৰ্চি মুকলি কৰিছে।

ভাৰতীয় দলৰ অপেনাৰ শিখৰ ধাৱানে এই নতুন জাৰ্চি পিন্ধি নিজৰ টুইটাৰত এখন ছবি শ্বেয়াৰ কৰিছে। এইদৰে নতুন স্পনছৰৰ লগ’ থকা জাৰ্চিত প্ৰথমবাৰৰ বাবে দেখা গ’ল কোনো ভাৰতীয় ক্ৰিকেটাৰক।

উল্লেখ্য যে, এই নতুন জাৰ্চিটো ১৯৯২ চনৰ বিশ্বকাপত ভাৰতীয় দলে পিন্ধা জাৰ্চিৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে। যি জাৰ্চি পিন্ধি খেলিছিল শচীন টেণ্ডুলকাৰ, কপিল দেৱৰ দৰে ক্ৰিকেটাৰে।

ভাৰতৰ নতুন জাৰ্চি অৰ্থাৎ ধাৱানৰ পৰা দেখা পোৱা জাৰ্চিটো দেখিলে বিশ্বাস কৰিবলৈ টান যে এইটো ১৯৯২ চনৰ নে ২০২০ৰ জাৰ্চি।

ডাঠ নীলা আৰু কান্ধত চাৰিডাল ভিন্ন ৰঙৰ দীঘল পতিৰ এই জাৰ্চি পিন্ধি এসময়ত ফিল্ডত দেখা পোৱা গৈছিল কপিল দেৱৰ লগতে আন আন ক্ৰিকেটাৰ সকলক।

১৯৯২ চনৰ বিশ্বকাপত প্ৰখমবাৰৰ বাবে ৰঙীন জাৰ্চি পৰিধান কৰিছিল দেশসমূহে।

আৰু সেই ভাৰতীয় দলৰ জাৰ্চিৰ আৰ্হিত প্ৰস্তুত কৰা জাৰ্চিৰে অহা ২৭ নৱেম্বৰত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

New jersey, renewed motivation. Ready to go. 🇮🇳 pic.twitter.com/gKG9gS78th

— Shikhar Dhawan (@SDhawan25) November 24, 2020

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd