• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰৰ নতুন নিৰ্দেশনা : এই বিশেষ হেলমেট পৰিধান নকৰিলে শাস্তি ভুগিব লাগিব চালকে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2020 4:53 pm
SteelBird-Helmet-2
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পথ আৰু পৰিবহন মন্ত্ৰণালয়ে এক নতুন নিৰ্দেশনা জাৰি কৰিছে।

এই নতুন নিৰ্দেশনা অনুসৰি দুচকীয়া বাহনৰ চালকে এক বিশেষ ধৰণৰ হেলমেট পৰিধান নকৰিলে ভুগিব লাগিব শাস্তি। বাইক দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস কৰাৰ বাবেই মন্ত্ৰণালয়ে এই বিশেষ নিৰ্দেশনা প্ৰৱৰ্তন কৰিবলৈ লোৱা বুলি প্ৰকাশ কৰিছে।

Apply Now

‘হেলমেট ফৰ ৰাইডাৰ্ছ অৱ টু হুইলাৰ্ছ মটৰ ভেহিকেলছ(কোৱালিটি কন্ট্ৰ’ল) অ’ৰ্ডাৰ, ২০২০’ শীৰ্ষক এই নতুন নিৰ্দশনাৰ জৰিয়তে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড অথবা বিআইএছ চাৰ্টিফাইড বিহীন অন্য কোনো হেলমেট দেশত তৈয়াৰৰ লগতে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে।

ইয়াৰ ফলত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড অথবা বিআইএছ চাৰ্টিফাইড বিহীন অন্য কোনো হেলমেট পৰিধান কৰা দুচকীয়া বাহনৰ চালকে শাস্তি অথবা জৰিমনা ভৰিব লগা হ’ব পাৰে!

হেলমেটৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰণালয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰ ফলত দুচকীয়া বাহনৰ দুৰ্ঘটনা সংঘটিত হ’লেও হতাহতৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্যে যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতত নিম্ন মানদণ্ডৰ হেলমেট ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি সেই সংক্ৰান্তীয় এক পথ নিৰাপত্তা কমিটি গঠন কৰা হৈছিল। কমিটিখনত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান আৰু বিআইএছৰ বিশেষজ্ঞও আছিল।

এই কমিটিয়ে ২০১৮ চনতে দুৰ্ঘটনাত হতাহতৰ সংখ্যা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ক এই প্ৰস্তাৱ আগবঢ়ায়। মন্ত্ৰণালয়ে এই প্ৰস্তাৱৰ ভিত্তিতে এই নতুন নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে চৰকাৰী পৰিসংখ্যাৰ মতে দেশত প্ৰতি বছৰে প্ৰায় ১৭ মিলিয়ন হেলমেট নিৰ্মাণ কৰা হয়। কিন্তু সকলো হেলমেট বিআইএছ চাৰ্টিফাইড হয় নে নহয় সেয়াহে স্পষ্ট নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd