• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্কিন পপ তাৰকা চেৰিলিনৰ এটা অনুৰোধ ৰক্ষা কৰিলে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে, কি সেই অনুৰোধ?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2020 6:09 pm
a ele 5ec77259ea15d
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিখ্যাত মাৰ্কিন পপ তাৰকা চেৰলিন চাৰ্কিছিয়ানৰ এটা অনুৰোধ অৱশেষত ৰক্ষা কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

ইমৰাণ খানক সেই বিশেষ অনুৰোধ জনোৱাৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ পাকিস্তানলৈ ঢপলিয়াই আহিছিল চেৰিলিন।

কোনো ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবে চেৰিলিনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা নাছিল। চেৰিলিনৰ এই অনুৰোধ আছিল এটা হাতীৰ বাবে।

পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ মাৰজঘাৰ চিৰিয়াখানাত বিগত ৩৫ বছৰ ধৰি অতি দুখলগা অৱস্থাত বন্দী হৈ থকা কাভান নামৰ হাতীটোৰ মুক্তিৰ বাবে ইমৰাণ খানক অনুৰোধ জনাইছিল মাৰ্কিন পপ তাৰকা চেৰিলিনে।

‘বিশ্বৰ আটাইতকৈ নিঃসংগ হাতী’ হিচাবে পৰিগণিত হোৱা কাভান নামৰ হাতীটো পাকিস্তানক উপহাৰ দিছিল শ্ৰীলংকাই।

সেই সময়ত কাভানৰ বয়স আছিল ১ বছৰ। ২০১২ চনত কাভানে তাৰ সংগীক হেৰুওৱাৰ পিছৰে পৰা হাতীটো অধিক নিঃসংগ হৈ পৰে।চিৰিয়াখানা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে কাভানে আনকি ভালকৈ খাবলৈ পোৱা নাছিল।

অস্বাস্থ্যকৰ পৰিবেশ থাকি কাভান হৈ পৰিছিল অসুস্থ।হাতীটোৰ দুৰ্দশাৰ কাহিনী আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে প্ৰকৃতিপ্ৰেমী বহু লোকৰ হৃদয় কান্দি উঠিছিল।

🐘Kaavan's journey to freedom from captivity in Islamabad to Cambodia will be a 2021 @SmithsonianChan documentary ❤️ Help us build Kaavan's forever home 🏡 https://t.co/dzdl4Ew4gn 🙏🏻@ftwglobal #KaavansJourney pic.twitter.com/iTxdzfndNB

— Cher (@cher) November 27, 2020

মাৰ্কিন পপ তাৰকা চেৰিলিনে নিজে গৈ ইমৰাণ খানক হাতীটোক চিৰিয়াখানাৰ পৰা মুক্তি দিয়াৰ বাবে অনুৰোধ জনোৱাৰ সিদ্ধান্ত লৈছিল

। সেই মৰ্মে তেওঁ ইমৰাণ খানক সাক্ষাৎ কৰি কাভানক মুক্তি দিয়াৰ বাবে অনুৰোধ জনায়।মাৰ্কিন পপ তাৰকা গৰাকীৰ অনুৰোধ ৰক্ষা কৰি ইমৰাণ খানে কাভানক ইছলামাবাদৰ চিৰিয়াখানাৰ পৰা মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কাইলৈ অৰ্থাৎ দেওবাৰে হাতীটোক লৈ যোৱা হব কম্বোডিয়ালৈ। কম্বোডিয়াৰ হাবিত এৰি দিয়া হব কাভানক।

মাৰ্কিন পপ তাৰকা গৰাকীৰ বদান্যতাক সকলোৱে এতিয়া প্ৰশংসা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd