• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাইজৰ প্ৰতি আহ্বান মোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব, চোকা সমালোচনা কৰিব’; লুৰীণজ্যোতি

‘মোৰ ওপৰত অসমৰ ৰাইজে ৰখা আশাক ন্যায় দিবৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰিম’ লুৰীণজ্যোতিৰ বেদবাণী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2020 7:31 pm
lurin
1.6k
VIEWS
Share on FacebookShare on Twitter

‘ৰাইজৰ প্ৰতি আহ্বান মোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব, চোকা সমালোচনা কৰিব, সকলোৱে চাৰিওফালৰ পৰা নিৰীক্ষণ ৰাখিব।‘ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আছুৰ নতুন কমিটিৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

তদুপৰি, তেওঁৰ যাত্ৰাত বিচলিত হ’লে আছুক কঠোৰ সমালোচনা কৰিবলৈ পুনৰবাৰ আহ্বান জনাই লুৰীণে আৰু কয় ‘বিশ্বাসঘাটকতা কৰিলে মোক চোকা সমালোচনা কৰাৰ অধিকাৰ মোৰ মাতৃ সংগঠনটোক দিছো।‘

‘আজিৰ পৰা মই ছাত্ৰ সন্থাত নাই। মোৰ ওপৰত যদি কিবা এক আশা দেখা পাইছে তাৰ কৃতিত্ব সদৌ অসম ছাত্ৰ সন্থাৰ। মই এগৰাকী ক্ষুদ্ৰাতি ক্ষুদ্ৰ সেৱক হিচাপে জাতীয় জীৱনত সেৱা আগবঢ়াবলৈ পালে নিজকে ধন্য মানিম।‘ ৰাজনৈতিক জীৱনত প্ৰৱেশৰ এক ইংগিত দি লুৰীণে এইদৰে কয়।

ইয়াৰোপৰি তেওঁ কয় ‘আছুৰ পোছাকহে খুলিছো। আছুৰ আদৰ্শ, জাতীয় দৰ্শন, চিন্তাক মোক পৰৱৰ্তী দিনতো বিচাৰি পাব। ছাত্ৰ সন্থাত আনুষ্ঠানিকভাৱে মই নাই। নতুন চিন্তাৰে অগ্ৰসৰ হোৱাৰ পৰিকল্পনা আছে।‘

‘এটা নতুন কন্টকময়, পংকিল পথেৰে আগবঢ়াৰ এটা লক্ষ্য আছে। আগতে বাট যিটো আছিল পৰৱৰ্তী দিনটো মোৰ বাট এটাই।‘ লুৰীণে লগতে কয়।

ইপিনে, সমাজ, জাতি আৰু দেশৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি যোৱাটোৱেই তেওঁৰ অন্তৰৰ বেদবাণী বুলি উল্লেখ কৰি লুৰিণে লগতে কয় ‘গতিকে অসমৰ স্বাভিমানৰ বাবে আপোচবিহীন, জাতীয় যোদ্ধা হিচাপে জীয়াই থাকিবলৈ লক্ষ্য আছে। মোৰ আকাংক্ষা আছে। মোৰ ওপৰত অসমৰ ৰাইজে ৰখা আশাক ন্যায় দিবৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰিম।‘

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd