• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ : এজাহাৰ দাখিল এগৰাকী বিবাহিত মহিলাৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
December 1, 2020 2:20 pm
index.jpga
232
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।

এগৰাকী বিবাহিত মহিলাই অতিৰিক্ত উপায়ুক্তগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে।

সোমবাৰে বিবাহিত মহিলাগৰাকীয়ে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অবিযোগ তুলি কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী সন্তানৰ মাতৃগৰাকীয়ে যোৱা ২২ নৱেম্বৰত ভূমি বিবাদ নিষ্পত্তিৰ কামত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বৰাক সাক্ষাৎ কৰাৰ সময়তে উক্ত কাণ্ডটো সংঘটিত কৰা বুলি জানিবলৈ দিয়ে।

অভিযুক্তকাৰী মহিলাগৰাকীৰ মতে স্বামীয়ে বিশেষ কামত গুৱাহাটীলৈ যাব লগা হোৱাত মহিলাগৰাকীয়ে অকলে অতিৰিক্ত উপায়ুক্ত বৰাক চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰিছিল।

সাংবাদিকৰ আগত মহিলাগৰাকীয়ে কয় যে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অতিৰিক্তি উপায়ুক্তগৰাকীয়ে তেওঁক বিচনাত একেলগে শোৱাৰ প্ৰস্তাৱ দিয়ে।

মহিলাগৰাকীয়ে সেই প্ৰস্তাৱ অস্বীকাৰ কৰি কিয় তেনে প্ৰস্তাৱ দিয়া হৈছ বুলি প্ৰশ্ন কৰাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সোঁহাতত ধৰি টানি তেওঁ ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

কোনো মতে অতিৰিক্ত উপায়ুক্তগৰাকীৰ গৃহৰ পৰা নিজক ৰক্ষা কৰি উলাই অহা বুলি উল্লেখ কৰি মহিলা গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে তেওঁ অসম মহিলা আয়োগতো ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

ইপিনে অভিযুক্ত উপায়ুক্ত গৰাকীয়ে এই অভিযোগ ভুৱা বুলি দাবী কৰি অভিযোগকাৰী মহিলাগৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

Recent News

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

মণিপুৰত আছাম ৰাইফলছৰ সৈতে মুখামুখি সংঘৰ্ষত ১০ উগ্ৰপন্থী নিহত

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

‘অপাৰেচন সিন্দূৰ’ক ৰাজনীতিকৰণৰ অভিযোগ কংগ্ৰেছৰ!

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd