• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ : এজাহাৰ দাখিল এগৰাকী বিবাহিত মহিলাৰ

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
December 1, 2020 2:20 pm
index.jpga
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।

এগৰাকী বিবাহিত মহিলাই অতিৰিক্ত উপায়ুক্তগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছে।

Apply Now

সোমবাৰে বিবাহিত মহিলাগৰাকীয়ে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অবিযোগ তুলি কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী সন্তানৰ মাতৃগৰাকীয়ে যোৱা ২২ নৱেম্বৰত ভূমি বিবাদ নিষ্পত্তিৰ কামত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বৰাক সাক্ষাৎ কৰাৰ সময়তে উক্ত কাণ্ডটো সংঘটিত কৰা বুলি জানিবলৈ দিয়ে।

অভিযুক্তকাৰী মহিলাগৰাকীৰ মতে স্বামীয়ে বিশেষ কামত গুৱাহাটীলৈ যাব লগা হোৱাত মহিলাগৰাকীয়ে অকলে অতিৰিক্ত উপায়ুক্ত বৰাক চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰিছিল।

সাংবাদিকৰ আগত মহিলাগৰাকীয়ে কয় যে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অতিৰিক্তি উপায়ুক্তগৰাকীয়ে তেওঁক বিচনাত একেলগে শোৱাৰ প্ৰস্তাৱ দিয়ে।

মহিলাগৰাকীয়ে সেই প্ৰস্তাৱ অস্বীকাৰ কৰি কিয় তেনে প্ৰস্তাৱ দিয়া হৈছ বুলি প্ৰশ্ন কৰাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সোঁহাতত ধৰি টানি তেওঁ ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

কোনো মতে অতিৰিক্ত উপায়ুক্তগৰাকীৰ গৃহৰ পৰা নিজক ৰক্ষা কৰি উলাই অহা বুলি উল্লেখ কৰি মহিলা গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে তেওঁ অসম মহিলা আয়োগতো ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

ইপিনে অভিযুক্ত উপায়ুক্ত গৰাকীয়ে এই অভিযোগ ভুৱা বুলি দাবী কৰি অভিযোগকাৰী মহিলাগৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd