• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰেৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
December 1, 2020 4:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ  অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান যোৰহাট জিলাৰ টীয়ক স্থিত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় ।

১০৫ বিঘা ভূমিৰ চৌহদযুক্ত এই মহাবিদ্যালয়ৰ ভিতৰচ’ৰাৰ পৰিবেশ অতি আকৰ্ষণীয়। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বৃহত্তম উচ্চ শিক্ষাৰ অনুষ্ঠানটিয়ে ২০১৬ চনতে আৰম্ভ কৰিছিল কেইবাটাও বৃত্তিমূলক কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম।

Apply Now

উদ্দেশ্যে মাথো এটাই যাতে  মহাবিদ্যালয়ত অধ্যয়নত ছাত্ৰ ছাত্ৰীসকল কেৱল চাকৰিমুখী নহৈ বৃত্তিমুখী হৈ স্ব-নিৰ্ভৰশীল হ’ব পাৰে।

উল্লেখযোগ্য যে, বৃহত্তৰ ভূমিখণ্ডক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই চৌহদতে ইতিমধ্যে ছাগলী, গাহৰি, হাঁহ, মৎস্য আদিকে ধৰি পশুপালন, বিভিন্ন কৃষিকৰ্মৰে এক সুকীয়া পৰিবেশৰ সুচনা কৰিছে। আৰম্ভ কৰিছে কৃষি বিপ্লৱ।

মহাবিদ্যালয়খনৰ এনে পদক্ষেপে ইতিমধ্যে সৰ্বত্ৰে বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰ উপৰিও মহাবিদ্যালয় কৰ্তৃপক্ষই কম্পিউটাৰৰ বিভিন্ন ব্যৱহাৰিক পাঠ্যক্ৰম, বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিংকে ধৰি কেইবাটাও বিষয়ৰ বৃত্তিমূলক শিক্ষা উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰদানৰ ব্যৱস্থা কৰিছে য’ত মহাবিদ্যালয়ত অধ্যয়নত ছাত্ৰ ছাত্ৰীৰ বাহিৰেও ইচ্ছুক প্ৰশিক্ষাৰ্থীয়েও প্ৰশিক্ষণ গ্ৰহণৰ সুব্যৱস্থা লাভ কৰিছে।

বৰ্তমান যদিও সমগ্ৰ পৰিকল্পনাটিয়ে মাত্ৰ চাৰিটা বছৰ অতিক্ৰম কৰি চালুকীয়া অৱস্থাতে আছে তৎসত্তেও বিগত বছৰত গাহৰি, ছাগলী, হাঁহ, মাছ বিক্ৰী কৰি কিছু পৰিমাণে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু এই উপাৰ্জিত অৰ্থৰে আৰু ন ন প্ৰকল্প হাতত ল’বলৈ চেষ্টা অব্যাহত ৰাখিছে যি নৱপ্ৰজন্মৰ বাবে অতি ইতিবাচক তথা আজিৰ তাৰিখত অতি প্ৰয়োজনীয় বুলি একেষাৰে ক’ব পাৰি।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd