• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলন্ত বাছত পাইপে ডিঙি কটাৰ ফলত এগৰাকী মহিলাসহ দুজন যাত্ৰীৰ মৃত্যু, আহত ১৩ গৰাকী যাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2020 2:54 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক লোমহৰ্ষক তথা ভয়ানক দুৰ্ঘটনাত এগৰাকী মহিলাসহ দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে অন্য ১৩ জন লোক গুৰুতৰভাৱে আহত হৈছে।

মঙলবাৰে সন্ধিয়া ৰাজস্থানৰ পালী জিলাৰ চাণ্ডেৰাউ আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে লোমহৰ্ষক দুৰ্ঘটনাটো।

Apply Now

আৰক্ষীয়ে প্ৰকাশ কৰা মতে হাইড্ৰ’লিক মেচিনত উলমি থকা এডাল পাইপে তীব্ৰ বেগী চলন্ত বাছখনৰ মহিলা যাত্ৰী গৰাকীৰ ডিঙি কটা আৰু এজন যুৱকৰ মূৰত আঘাত কৰাৰ ফলত দুয়ো গৰাকীৰে মৃত্যু থিতাতে মৃত্যু ঘটে।

আশী ফুট দৈর্ঘ্যৰ পাইপ ডালৰ আঘাতত চলন্ত বাছখনৰ অন্য ১৩ যাত্ৰীও আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত তিনিজন যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

“গেছ পাইপ লাইন বহুৱাই থকা এটা প্ৰতিষ্ঠানে পাইপৰ বহুৱাৰ কাম কৰি আছিল। প্ৰতিষ্ঠানটোৰ মেনেজাৰে কোৱা মতে হাইড্ৰ’লিক মেচিনৰ ড্ৰাইভাৰে পাইপডাল দাঙি পেলাবলৈ লওঁতে নিয়ন্ত্ৰণহীন হয় আৰু তেনে সময়তে হঠাতে চলন্ত বাছখনে তীব্ৰ বেগেৰে পথটো অতিক্ৰম কৰিব খোজে; আৰু পাইপডালে চলন্ত বাছখনৰ ভাঙি যাত্ৰীসকলক আঘাত কৰে।” স্থানীয় পলী আৰক্ষী থানাৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী বিষয়াজনে জনোৱা অনুসৰি চলন্ত বাছখন তীব্ৰ বেগত আছিল।

গেছ পাইপ সংস্থাপন কৰা প্ৰতিষ্ঠানটোৱে কৰ্তব্যত গাফিলতি কৰাৰ ফলতে এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

“সাধাৰণতে আশী ফুট দৈৰ্ঘ্যৰ এডাল পাইপ এটা হাইড্ৰলিক মেচিনেৰে ডাঙি কাম কৰিব নোৱাৰি। প্ৰতিষ্ঠানটোৱে সুৰক্ষাজনিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছিল।” তেওঁ লগতে কয়।

আনহাতে প্ৰতিষ্ঠানটোৱে প্ৰয়োজনীয় সুৰক্ষামূল ব্যৱস্থা নোলোৱাৰো অভিযোগ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে উক্ত প্ৰতিষ্ঠানটোৱে সুৰক্ষামূলক ব্যৱস্থা নোলোৱাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ৬ দিনৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ এখন জেচিবিসহ টেক্টৰো জব্দ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd