• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজ কিশোৰী কন্যা আৰু পত্নীক এছিড আক্ৰমণ এজন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2020 8:22 pm
index.jpgb
318
VIEWS
Share on FacebookShare on Twitter

নিজ পত্নী আৰু কিশোৰী কন্যাৰ ওপৰত এছিড আক্ৰমণ দৰে এক ঘটনা সংঘটিত কৰিছে এজন লোকে।

ঘটনাটো সংঘটিত হৈছে দক্ষিণ ভাৰতৰ দক্ষিণ কেৰেলাৰ ক’ল্লামত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে ক’ল্লামৰ এগৰাকী গাড়ী চালকে তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাসঘাটকতা কৰাৰ সন্দেহত মংগলবাৰে নিশা কাজিয়াত লিপ্ত হয়।

কাজিয়াত লিপ্ত হৈ থকাৰ সময়তে কে কল্যাণ নামৰ গাড়ী চালকজনে খঙত অগ্নিশৰ্মা হৈ পত্নীৰ শৰীৰলৈ এছিড নিক্ষেপ কৰে।

পিতৃৰ এছিড আক্ৰমণৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ চেষ্টা কৰা ১৪ কন্যা গৰাকীও এছিড আক্ৰমণত গুৰুতৰ ভাৱে আহত হয়।

আৰক্ষীৰ মতে উক্ত এছিড আক্ৰমণত প্ৰতিৱেশী দুগৰাকী কিশোৰীৰ শৰীৰো সামান্যভাৱে দগ্ধ হৈছে।

এছিড আক্ৰমণত আহত পত্নী আৰু কন্যাক থিৰুৱনট্টমপুৰম মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। পত্নীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰতিৱেশী জয়ন নামৰ লোকজনৰ মতে এছিড আক্ৰমণকাৰী লোকজন মাদক দ্ৰৱ্যৰ লগতে ড্ৰাগছত আসক্ত।

উল্লেখ্য যে ক্ৰাইম ৰেক’ৰ্ড ব্যু’ৰ মতে বিগত বৰ্ষত এছিড আক্ৰমণৰ ১৩ টা ঘটনাৰে কেৰেলা দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

বিগত বৰ্ষটোত দেশৰ মুঠ ২৫২ টা এছিড আক্ৰমণৰ ঘটনাৰ ভিতৰত উত্তৰ প্ৰদেশে ৬০ টাৰে শীৰ্ষ স্থানত থকাৰ বিপৰীতে ৫২ টাৰে পশ্চিমবংগই দ্বিতীয় আৰু ১৭ টাৰে দিল্লীয়ে তৃতীয় স্থানত আছে।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd