• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাত বিধ্বস্ত আমেৰিকা; মুকলিকৈ ভেকচিন লোৱাৰ কথা ঘোষণা তিনিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 8:50 am
Three former US president

আমেৰিকাৰ তিনিগৰাকী ৰাষ্ট্ৰপতি ক্ৰমে বিল ক্লিন্টন, বাৰাক অ'বামা আৰু জৰ্জ ডব্লিউ বুশ্ব।

17k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ’নাৰ দ্বাৰা আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দুয়োটা ক্ষেত্ৰতে দেশখন শীৰ্ষস্থানত আছে।

এনে পৰিস্থিতিত আমেৰিকাবাসীক কৰ’নাৰ ভেকচিন লোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ মুকলিকৈ কৰ’না ভেকচিন লোৱাৰ কথা ঘোষণা কৰিছে দেশখনৰ তিনিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, জৰ্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনে।

আমেৰিকাৰ কৰ’না পৰিস্থিতিক লৈ আশংকা প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে দেশখনত কৰ’নাত আৰু আঢ়ৈ লাখ লোকৰ মৃত্যু হ’ব পাৰে বুলি সদৰী কৰিছে।

দেশখনৰ কম শিক্ষিত তথা সাধাৰণ নাগৰিকৰ মনত ভেকচিনৰ প্ৰতি অনীহাৰ কথা জানিব পাৰি বিশেষজ্ঞসকলৰ লগতে সচেতন মহলে চিন্তা ব্যক্ত কৰিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে বাৰাক অ’বামা, জৰ্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনেও এনে চিন্তা মনত ৰাখি মুকলিকৈ কৰ’নাৰ ভেকচিন লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ এই ভেকচিন লোৱাৰ ছবি টিভি কেমেৰাৰে আৱদ্ধ কৰি প্ৰচাৰ কৰা হ’ব।

ইয়াৰ ফলত এই ভেকচিন যে নিৰাপদ আৰু ইয়াত যে কোনো ভেজাল নাই সেইটো মানুহৰ মনত প্ৰত্যয় জন্মাব আৰু সাধাৰণ নাগৰিকসকল ভেকচিন লোৱাৰ প্ৰতি আগ্ৰহী হৈ পৰিব।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd