• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গ্ৰেট ৱাল অৱ চাইনা’ৰ দৰেই আমাৰ দেশতো আছে ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’,ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 6, 2020 12:36 pm
a great wall
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ বিশ্ব বিখ্যাত দেৱালৰ কথা প্ৰায় সকলোৱেই জানে। বিশ্বৰ দীৰ্ঘতম দেৱাল ‘গ্ৰেট ৱাল অৱ চাইনা’।

কিন্তু চীনত থকাৰ দৰেই আমাৰ দেশতো আছে চীনৰ দেৱালৰ দৰেই এখন অতি দীঘল দেৱাল।

Apply Now

‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ নামেৰে জনাজাত  এই দেৱাল খন হৈছে দৈৰ্ঘ্যৰ দিশৰ পৰা দ্বিতীয় স্থানত  থকা দেৱাল।

‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ নামৰ এই অতি দীঘল দেৱাল খন আছে ৰাজস্থানৰ উদয়পুৰৰ সমীপৰ কুম্ভলগড়ত।

ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে ঘোষণা কৰা ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ৰ দৈৰ্ঘ্য ৩৬ কিলোমিটাৰ।

এই সুদীৰ্ঘ দেৱাল খন ১৫ শতিকাতে নিৰ্মাণ কৰিছিল মেৱাৰৰ ৰজা ৰাণা কুম্ভই।

সমুদ্ৰপৃষ্ঠৰ পৰা ১১০০মিটাৰ  উচ্চতাত থকা এই দেৱাল খন শেহতীয়াকৈ পুনৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে।

আৰাৱলী পৰ্বতৰ দুৰ্ম অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰা ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ৰ ওচৰে-পাজৰে প্ৰায় ৩৬০ টা বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ আছে।

শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা নিজৰ ৰাজ্যক বচাই ৰখাৰ বাবে নিৰ্মাণ কৰা এই দেৱাল খন বহু ৰহস্যৰে ভৰা।

আৰাৱলী পৰ্বতৰ মাজেৰে সজা দেৱাল খনেৰে যাত্ৰা কৰাৰ সময়ত সেয়ে পৰ্যটকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd