• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘গ্ৰেট ৱাল অৱ চাইনা’ৰ দৰেই আমাৰ দেশতো আছে ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’,ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 12:38 pm

1 min read

a great wall
319
VIEWS
Share on FacebookShare on Twitter

চীনৰ বিশ্ব বিখ্যাত দেৱালৰ কথা প্ৰায় সকলোৱেই জানে। বিশ্বৰ দীৰ্ঘতম দেৱাল ‘গ্ৰেট ৱাল অৱ চাইনা’।

কিন্তু চীনত থকাৰ দৰেই আমাৰ দেশতো আছে চীনৰ দেৱালৰ দৰেই এখন অতি দীঘল দেৱাল।

‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ নামেৰে জনাজাত  এই দেৱাল খন হৈছে দৈৰ্ঘ্যৰ দিশৰ পৰা দ্বিতীয় স্থানত  থকা দেৱাল।

‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ নামৰ এই অতি দীঘল দেৱাল খন আছে ৰাজস্থানৰ উদয়পুৰৰ সমীপৰ কুম্ভলগড়ত।

ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে ঘোষণা কৰা ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ৰ দৈৰ্ঘ্য ৩৬ কিলোমিটাৰ।

এই সুদীৰ্ঘ দেৱাল খন ১৫ শতিকাতে নিৰ্মাণ কৰিছিল মেৱাৰৰ ৰজা ৰাণা কুম্ভই।

সমুদ্ৰপৃষ্ঠৰ পৰা ১১০০মিটাৰ  উচ্চতাত থকা এই দেৱাল খন শেহতীয়াকৈ পুনৰ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে।

আৰাৱলী পৰ্বতৰ দুৰ্ম অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰা ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ৰ ওচৰে-পাজৰে প্ৰায় ৩৬০ টা বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ আছে।

শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা নিজৰ ৰাজ্যক বচাই ৰখাৰ বাবে নিৰ্মাণ কৰা এই দেৱাল খন বহু ৰহস্যৰে ভৰা।

আৰাৱলী পৰ্বতৰ মাজেৰে সজা দেৱাল খনেৰে যাত্ৰা কৰাৰ সময়ত সেয়ে পৰ্যটকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয়।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd