• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন; বেকী নৈত পৰি এগৰাকী পৰ্যটকৰ সলিল সমাধি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
December 6, 2020 4:37 pm
মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন; বেকী নৈত পৰি এগৰাকী পৰ্যটকৰ সলিল সমাধি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত এটা শোকাৱহ ঘটনা সংঘটিত হৈছে। বনভোজস্থলীৰ গাতে লাগি থকা বেকী নৈত পৰি এগৰাকী পৰ্যটকৰ সলিল সমাধি ঘটিছে।

বনভোজ খাবলৈ অহা লোকজনে নাৱত উঠি আনন্দ উপভোগ কৰি থকা অৱস্থাতে নাৱৰ পৰা পৰি যায়।

ইয়াৰ ফলত নৈৰ খৰস্ৰোতা সোঁতে উটুৱাই লৈ যায় চন্দন চৌধুৰী নামৰ লোকজনক।

জানিব পৰা মতে পাঠশালাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিয়ালসহ বনভোজ খাবলৈ আহিছিল লোকজন।

এই ঘটনাৰ পিছতেই এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হৈছিল যদিও প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগিতাত প্ৰায় ২ ঘন্টাৰ পিছত মৃত্যুদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ পিছতে কান্দোনত ভাগি পৰিছে চন্দন চৌধুৰীৰ পত্নীসহ দুটি কণমানি শিশু।

ইফালে, এই শোকাৱহ দুৰ্ঘটনাটোৰ পিছতেই প্ৰশাসনে কেইবাখনো নাও জব্দ কৰে।

পৰ্যাপ্ত সা-সুবিধা অবিহনেই নাওসমূহে নৌকাবিহাৰৰ ব্যয়সায় চলাই নিয়াৰ বাবে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে বিভিন্নজনে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

অসম চৰকাৰৰ ৰাজ্যিক শিক্ষক বঁটা ২০২৫ ঘোষণা : জানো আহক কৃতি শিক্ষকসকলৰ নাম

September 4, 2025 4:34 pm
“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

“Tata Nano 2025” মুকলি! আকৰ্ষণীয় ডিজাইন আৰু সাধ্যৰ ভিতৰত EMIৰ সৈতে ঘুৰি আহিছে আৰ্বান কমপেক্ট কাৰ

September 4, 2025 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

দিল্লীত অভিলেখ ১১০০ কোটি টকাত বিক্ৰী হ’ল নেহৰুৰ স্মৃতি বিজড়িত বাংলো!

September 4, 2025 5:08 pm
কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

কা সম্পৰ্কে জাৰি কৰা নতুন নিয়ম বাতিলৰ দাবীত ১১ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ

September 4, 2025 4:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd