• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেইলৱেত চাকৰি দিয়াৰ নামত ল’লে ২২ লাখ টকা, AMCH-ৰ চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 6, 2020 9:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগদ ধনৰ নামত চাকৰি দিয়া কেলেংকাৰিৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

এইবাৰ এই কেলেংকাৰিত অসম মেডিকেল কলেজ এণ্ড হাস্পতাল (এএমচিএইচ)ৰ অজন্তা হাজৰিকা নামৰ এগৰাকী চিকিৎসকৰ নাম সাঙোৰ খাইছে।

শেহতীয়াকৈ, ডাঃ হাজৰিকাৰ টেলিফোনিক বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হৈছিল য’ত তেওঁ এন এফ ৰেইলৱেত চাকৰি দিয়াৰ বাবে ধন বিচৰা কাৰ্য স্পষ্ট ৰূপত প্ৰকাশ পাইছিল।

অভিযোগ কৰা হৈছে যে তেওঁ ৰেইলৱেত চাকৰি দিয়াৰ নামত তিনিজন ব্যক্তিৰ পৰা ২২ লাখ টকা লৈছে। তিনিজনৰ ভিতৰত এজন অমূল্য নাথ বুলি জানিব পৰা গৈছে।

ডাঃ হাজৰিকাই ধন সংগ্ৰহৰ নামত তেওঁৰ চালকক ব্যৱহাৰ কৰিছিল।

‘ডাঃ অজন্তা হাজৰিকাৰ চালক আমাৰ ঘৰৰ সন্মুখত থাকে আৰু এদিন তেওঁ আমাক কয় যে তেওঁ ৰেইলৱেত চাকৰি দিয়াত সহায় কৰিব পাৰে। তেওঁ মোক ডাঃ অজন্তা হাজৰিকাৰ লগত চিনাকী কৰি দিয়ে আৰু তেওঁ কৈছিল যে আমাক ৰেইলৱেৰ চাকৰি দিবলৈ তেওঁ মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছে’, এই মন্তব্য এজন ভুক্তভোগীৰ।

লগতে কয়, ‘তেওঁ আমাক কৈছিল যে সেই প্ৰক্ৰিয়াটোৰ বাবে ৭ লাখ টকাৰ প্ৰয়োজন হ’ব। মই তেওঁক ৩ লাখ টকা নগদ ধন দিছো আৰু ৩ লাখ টকা বেংকৰ জৰিয়তে প্ৰদান কৰা হৈছিল। তেওঁ চাকৰি দিয়াৰ সলনি আমাৰ পৰা ২২ লাখ টকা লৈছে। যেতিয়া মই তেওঁক আমাৰ টকা ঘূৰাই দিবলৈ কৈছিলো  তেওঁ আমাক ধমকি দিয়ে আৰু কয় যে তেওঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ’।

ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক প্ৰীতিক কুমাৰ থুবে কয়, ‘দেওবাৰে সন্ধিয়া তিনিওজনে ডিব্রুগড় থানাত এজাহাৰ দাখিল কৰিছে আৰু আমি এটা গোচৰ ৰুজু কৰিছো। আমি বিষয়টোৰ সঠিক তদন্ত কৰিম’।

অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাত হোৱা কেলেংকাৰিৰ পিছত এই কেলেংকাৰি পোহৰলৈ অহাত সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm
হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ!  বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

হিন্দু গাঁৱত ১০০ মুছলমান ভোটাৰ! বিহাৰৰ খচৰা ভোটাৰ তালিকাত পুনৰ অমিল

September 10, 2025 1:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd