• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘একত্ৰিত আঞ্চলিক শক্তিৰ ধুমুহাত ২১ৰ নিৰ্বাচনত অসমত ৰাষ্ট্ৰীয়তাবাদী শক্তি ধূলিতসাৎ হৈ যাব’ : ভাস্ক’ডি শইকীয়া।

ৰাইজৰ দল আদিবাসী নেশ্যনেল পাৰ্টিৰ মাজত মিত্ৰতা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 7, 2020 7:56 pm
20201207_190713(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত অনুষ্ঠিত এখন সভাত আজি ৰাইজৰ দলৰ লগত আনুষ্ঠানিক মিত্ৰতা হয় আদিবাসী নেশ্যযনেল পাৰ্টীৰ।

ৰাইজৰ দলৰ মুখপাত্ৰ ভাস্ক’ডি শইকীয়া, লোহিত গগৈ, মহেন্দ্ৰ দিহিঙ্গীয়া আদিকে ধৰি বহু নেতা কৰ্মীৰ লগতে আদবাসী নেশ্যনেল পাৰ্টীৰ সভাপতি বলদেৱ তেলীৰ উপস্থিতিত আজি দুয়োটা দলৰ মাজত মিত্ৰতা স্থাপন হয় আৰু অনাগত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব বুলি ব্যক্ত কৰে।

Apply Now

অনুষ্ঠানত ভাস্ক’ডি শইকীয়াই কয়, ২১ ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সকলো আঞ্চলিক দল একত্ৰিত হৈ যুঁজ দিব লাগিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, ‘একত্ৰিত আঞ্চলিক শক্তিৰ ধুমুহাত ২১ৰ নিৰ্বাচনত অসমত ৰাষ্ট্ৰীয়তাবাদী শক্তি ধূলিতসাৎ হৈ যাব।’

শইকীয়াই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক অসমীয়া জাতিৰ বাবে অশুভ সংকেট বুলিও মন্তব্য কৰে।

তেওঁ এআইইউডিএফক অসমীয়া জাতিৰ শত্ৰু বুলি মন্তব্য কৰে।

কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা মিত্ৰতাক মহাজোঁট বন্ধন বুলি কৈছে যদিও সেয়া কোনো মহাজোঁট বন্ধন নহয়। অসমৰ সকলো আঞ্চলিকতাবাদী দলৰ মাজত যি মিত্ৰতা হ’ব সেয়াহে মহাযোঁট বন্ধন বুলি মন্তব্য কৰে ভাস্ক’ডি শইকীয়াই।

 কংগ্ৰেছে যদি সঁচাকৈ বিচাৰে বিজেপিৰ পতন হোৱাটো তেন্তে একত্ৰিত আঞ্চলিক শক্তিৰ লগত আসনৰ বুজাবুজি কৰিব বুলি আশাবাদী বুলিও শইকীয়াই কয়।

 আনহাতে অসম জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ মিত্ৰতাৰ বাবে কাৰ্যব্যৱস্থা হাতত লব বুলি জনায় শইকীয়াই।

 সমগ্ৰ ভাৰতত হোৱা কৃষক বিদ্ৰোহক আৰম্ভণিৰ পৰাই ৰাইজৰ দলে সমৰ্থন কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব। আৰু ৮ ডিচেম্বৰত ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰতি ৰাইজৰ দলে পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি কয় ভাস্ক’ডি শইকীয়াই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd