• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আশালীন মন্তব্য কৰাৰ পাছত আঙুৰলতা ডেকাৰ ওচৰত ক্ষমা বিচাৰিলে বিপিএফ বিধায়ক কমল সিং নাৰ্জাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 5:50 pm
485
VIEWS
Share on FacebookShare on Twitter

বটদ্ৰৱা সমষ্টিৰ বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক লৈ অশ্লীল মন্তব্য কৰি চৌপাশে সমালোচনাৰ সন্মুখিন হোৱা বিপিএফৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে অৱশেষত ক্ষমা বিচাৰে।

বিপিএফৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে ৰাজ্যুজুৰি সন্মুখিন হোৱা ক্ষোভৰ পাছতে বিধায়িকা আঙুৰলতা ডেকা আৰু মাতৃ সমাজৰ ওচৰত ক্ষমা বিচাৰি ভবিষ্যতে তেনেধৰণৰ মন্তব্য নকৰো বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ৫ ডিচেম্বৰত আঙুৰলতা ডেকাক উদ্দেশ্যি অশ্লীল মন্তব্য কৰিছিল বিপিএফৰ বিধায়ক গৰাকীয়ে।

বিপিএফৰ বিধায়ক গৰাকীৰ এনে মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছিল বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বিজেপিৰ কৰ্মীসকল।

আঙুৰলতাই বিপিএফৰ বিধায়ক গৰাকীৰ বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মত প্ৰকাশ কৰি নাৰ্জাৰীয়ে বিধানসভাৰ সদস্য পদৰ মৰ্যদা লাঘৱ কৰা বুলি কছিল।

আনহাতে, বিজেপিৰ নেতা-কৰ্মী সকলেও বিপিএফৰ বিধায়ক গৰাকীৰ এনে মন্তব্যই সমগ্ৰ নাৰী সমাজক অপমানিত কৰা বুলি উল্লেখ কৰাৰ লগতে আঙুৰলতা ডেকাৰৰ ওচৰত ৰাজহুৱা ক্ষমা বিচৰাৰ বাবে দাবী জনাইছিল।

চলিত বিটিচি নিৰ্বাচনত আঙুৰলতা ডেকাই বিভিন্ন স্থানত বিজেপিৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ অভিযানত চলাই আছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd