• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত উলুম’ৰা চৰাই সংৰক্ষণৰ বাবে বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ প্ৰশিক্ষণ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 11, 2020 8:43 am
DSCN7406~2

ফটো: নর্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ বন সংমণ্ডলৰ লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ১০ ডিচেম্বৰৰ দিনা বনকৰ্মী সকলক উলুম’ৰা চৰাই নিৰীক্ষণ আৰু সংৰক্ষণৰ ওপৰত দক্ষতা বৃদ্ধিৰ এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

অভয়াৰণ্য খনৰ ধনীয়া বনাঞ্চলিক কাৰ্যালয়ত দেশৰ আগশাৰীৰ সংগঠন বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ উদ্যোগত, নগাওঁ বন সংমণ্ডল আৰু জেড এছ এল এইডজৰ সহযোগত আয়োজিত এই প্ৰশিক্ষণত বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিৰ বিজ্ঞানী বিশ্বজিত চাকদাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৷

Apply Now

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ বিভিন্ন বনাঞ্চলৰ মুঠ ২০ গৰাকী বনকৰ্মীয়ে এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰে ৷

প্ৰশিক্ষণৰ আৰম্ভণি অনুষ্ঠানত নগাওঁ বন সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ্ব, বনাঞ্চলিক বিষয়া ড৹ বিভুতি ৰঞ্জন ডেকা আৰু এ কে ডেকা উপস্থিত থাকে।

প্ৰশিক্ষণত বেংগল ফ্লৰিকান বা উলুম’ৰা চৰাইৰ বিতৰণ, আৱাস, গুৰুত্ব, সংৰক্ষণ আদি বিষয়ত সমল ব্যক্তি বিশ্বজিত চাকদাৰে সচিত্ৰ উপস্থাপনেৰে অংশগ্ৰহণকাৰী বনকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰে ৷

উল্লেখ্য যে বিলুপ্তপ্ৰায়  উলুম’ৰা চৰাই এতিয়া অসমৰ মুষ্টিমেয় সংৰক্ষিত বনাঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ আৰু কাষৰীয় ঘাঁহনিতহে বাচি আছেগৈ৷

বিশ্বত ভাৰত, নেপাল আৰু কম্বোডিয়াতহে উলুম’ৰাৰ বসতি আছে ৷ সম্প্ৰতি বিলুপ্ত প্ৰায় উলুম’ৰা চৰাইক ইভ’লেশ্যনেৰী ডিষ্টিংক্ট এণ্ড গ্ল’বেলি এনডেঞ্জাৰড বাৰ্ডৰ তালিকাৰ সপ্তম স্থানত অন্তৰ্ভুক্ত কৰা হৈছে ৷

ভাৰত আৰু নেপালত উলুম’ৰা চৰাই সংৰক্ষণৰ বাবে বোম্বাই নেচাৰেল হিষ্ট’ৰী ছ’চাইটিয়ে দীৰ্ঘ দিন কাম কৰি আহিছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd