• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত ওফৰিব ১৭ বছৰীয়া হাগ্ৰামাৰ শাসন! : দুয়োটা সমষ্টিতে পিছ পৰি আছে হাগ্ৰামা, পৰাজয় খাম্ফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 5:17 pm
Hagrama-Mahilary-and-Promod-Boro-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ উৎকণ্ঠাৰ মাজেৰে গণনা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ।

পুৱাৰে পৰা প্ৰায় ২৫ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএল অগ্ৰগতি লাভ আসনৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পায় ১৫ খন হৈছেহি।

পুৱাৰে পৰা ৫ খনৰো কম আসনত অগ্ৰগতি লাভ কৰি থকা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে এই মুহূৰ্ত অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৩ খনলৈ বৃদ্ধি হৈছে।

পুৱা ভাগত দুপৰীয়ালৈকে ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছিল যে বিটিচিত বিপিএফৰ পতন অনিবাৰ্য।

কিন্তু দুপৰীয়াৰ পিছতে হঠাতে বাজিমাৎ মাৰি বিপিএফে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা ১৩ খন আসনলৈ বৃদ্ধি পাইছে।

আনহাতে পুৱা ভাগতে মাত্ৰ ৩ খন মান আসনত অগ্ৰগতি লাভ কৰি থকা বিজেপিয়ে এই মুহূৰ্তত ১১খনলৈ বৃদ্ধি হৈছে অগ্ৰগতি লাভ কৰা আসনৰ সংখ্যা।

ইয়াৰ ফলত বিটিচিত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।  উল্লেখ্য যে ৪০ খন  আসনযুক্ত বিটিচি পৰিষদৰ মেজিক সংখ্যাৰ আসন হৈছে ২১ খন।

আনহাতে, ১৭ বছৰে বিটিচি শাসন কৰা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ দুয়োটা সমষ্টিতে পিছ পৰি আছে।

তেওঁৰ নিজা সমষ্টি দেৱৰগাঁওত ২,৫০০ ৰো অধিক ভোটত পিছ পৰি আছে। আনহাতে কচুগাঁও সমষ্টিতো ২০০ ভোটত পিছ পৰি আছে বুলি জানিব পৰা গৈছে।

বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাফ্মা বৈগয়াৰীয়ে চিৰাঙদুৱাৰ সমষ্টিত পৰাজয় কৰিছে য়ুপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ হাতত। অৱশ্যে বৰ্তমানলৈকে নিৰ্বাচন আয়োগে আনুষ্ঠানিক ঘোষণা কৰা নাই।

দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে কোকলাবাৰী  সমষ্টিত গণ সুৰক্ষা মঞ্চৰ প্ৰাৰ্থী হাতত প্ৰায় ১১ হাজাৰো অধিক ভোটত পিছ পৰি আছে। আনহাতে গয়বাৰী সমষ্টিত ৪০০ ভোটৰ ওপৰত আগবাঢ়ি আছে প্ৰমোদ বড়োৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd