• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি আকাশৰ তলত প্ৰাণ পাই উঠিল ২২ টিকৈ কাছ পোৱালিয়ে

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
December 13, 2020 6:49 am
425
VIEWS
Share on FacebookShare on Twitter

কাছ সংৰক্ষণৰ বৃহৎ বে-চৰকাৰী সংস্থা টি.এছ. এ. ইণ্ডিয়া (TSA India),  বিশ্বনাথৰ বন বিভাগ,  নাগশংকৰ দেৱালয়ৰ কৰ্তৃপক্ষ, জিলা প্ৰশাসন, বে -চৰকাৰী সংস্থা উপত্যকাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ পশ্চিম বনাঞ্চলিক কাৰ্যালয়ৰ শিলডুবি বন শিবিৰ বিলত আজি নাগশংকৰ দেৱালয়ৰ পৰা সংগ্ৰহ কৰা ২২ টিকৈ কণমানি কাছ মুকলি কৰি দিয়া হয়।।

বৰ কাছ প্ৰজাতিৰ ২২ টিকৈ কণমানিয়ে বিগত পাঁচ মাহৰ পৰা নাগশংকৰ দেৱালয়ত জন্ম লাভ কৰি কিছু ডাঙৰ হোৱাৰ পিছত শিলডুবি কেম্পৰ বিলত  এৰি দিয়া হয়  ।

কাছ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি অহা বৃহৎ বে-চৰকাৰী সংস্থা টি.এছ. এ. ইণ্ডিয়াৰ বিশেষজ্ঞ দলৰ উপস্থিতিত ছৈদুৰ ৰহমানে আঁত ধৰা এই সুন্দৰ অনুষ্ঠানত উপস্থিতিত থাকে ন দুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশ দ্বিপ কাকতি, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট চন্দ্ৰ দাস,  পশু চিকিৎসক ডা’ দীপক শৰ্মা, পুব শোণিতপুৰ বন সংমণ্ডলৰ এ. চি. এফ. বিশ্বজিৎ দাস, চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হজৰিকাসহ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া। এই কাৰ্যসূচীত আগ ভাগ লয়  বন বিভাগৰ বহু কেইজন বিষয়া-কৰ্মচাৰীয়ে  ।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ  শিলডুবি অঞ্চলত আছে পৰ্যটনৰ এক উৎকৃষ্ট সমল — অনুষ্ঠান এই মন্তব্য  কৰে চতিয়াৰ বিধায়ক পদ্ম হজৰিকাই ।

আনহাতে বন বিভাগে আগন্তুক দিনত এই অঞ্চলটিক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু  কৰাৰ ক্ষেত্ৰত  বিভিন্ন পদক্ষেপ ল’ব বুলি জানিবলৈ দিয়ে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd