• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ সজাগতা সভা

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
December 13, 2020 6:58 am
20201210_144047

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী সকলক “আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন” এন জি অ’ৰ তৰফৰ পৰা “মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হ’ব পৰা সাধাৰণ অসুবিধা তথা যৌন আৰু প্ৰজনন স্বাস্থ্যকেন্দ্ৰিক বিভিন্ন সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সমূহৰ” সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়।

উক্ত সভাত “আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ বিষয়ববীয়াৰ লগতে চিকনি বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।

Apply Now

এই সজাগতা অনুষ্ঠানত ছাত্ৰী সকলক মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত হ’ব পৰা সাধাৰণ অসুবিধা তথা যৌন আৰু প্ৰজনন স্বাস্থ্যকেন্দ্ৰিক বিভিন্ন সমস্যা সমূহৰ বিষয়ে আলোচনা তথা সমাধানৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াই আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ বিষয়ববীয়া সকলে।

লগতে প্ৰথম মাহেকীয়া হোৱা সময়ত লব লগা যতনৰ লগতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত এগৰাকী নাৰীয়ে লব লগা যতন আৰু পুষ্টিকৰ খাদ্য গ্ৰহণৰ বিষয়েও অৱগত কৰে।

আনহাতে, পুৰণি দিনীয়া কিছু ৰীতি-নীতিৰ প্ৰচলন বন্ধ কৰি বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰি নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ ছাত্ৰী সকলক পৰামৰ্শ আগবঢ়ায়। লগতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত প্ৰতিগৰাকী নাৰীকে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ আগবঢ়াই আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ বিষয়ববীয়া সকলে।

তদুপৰি, ছাত্ৰী সকলৰ বিভিন্ন ধৰণৰ নাৰীজনীত সমস্যাৰ বিষয়ে চিকিৎসকৰ লগত আলোচনা কৰিব পৰাকৈ কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসকৰ লগত মত বিনিময় কৰিব পৰাকৈ বিশেষ সুবিধা প্ৰদান কৰে আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ বিষয়ববীয়া সকলে।

অৱশ্যে আই পাছ ডেভেলপমেন্ট ফাউণ্ডেশ্যন”ৰ বিষয়ববীয়া সকলে উক্ত সজাগতা অনুষ্ঠানটিৰ অন্তত ছাত্ৰী সকলৰ লগত নিজাববীয়াকৈ মত বিনিময় কৰি বিভিন্ন সমস্যা সমূহৰ সমাধান পথ নিৰ্দেশ কৰে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd