• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত নতুন সমীকৰণ; উফৰিল হাগ্ৰামাৰ ১৫ বছৰীয়া ৰাজত্ব!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2020 8:39 am
WhatsApp Image 2020-12-13 at 7.33.19 AM

বিটিচিত নতুন সমীকৰণৰ ইংগিত!

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচিত উফৰিব হাগ্ৰামাৰ ১৫ বছৰীয়া শাসন। বিজেপি-UPPL মিলি এক নতুন সমীকৰণ সৃষ্টি হৈছে বিটিচিত।

সদ্যঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফলত হাগ্ৰামা মহিলাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে যদিও লাভ কৰিবলৈ সক্ষম নহ’ল মেজিক নম্বৰ।

Apply Now

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে UPPL য়ে লাভ কৰে ১২ খন আসন।

ইয়াৰোপৰি, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে অকলেই ১৭ খন আসন লাভ কৰাৰ বিপৰীতে বিটিচিত অকলেই ২৫-৩০ খন আসন লাভ কৰিব বুলি দাম্ভিকতাৰে কৈ অহা নৱ শৰণীয়া নেতৃত্বাধীন GSP য়ে নিচুকনি বঁটা হিচাপে লাভ কৰে মাত্ৰ এখন আসন।

ঠিক সেইদৰে কংগ্ৰেছ দলটো AIUDF ৰ লগত মিত্ৰতা কৰাৰ পাছতো মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে।

ইপিনে, ফলাফলৰ আনুষ্ঠানিক ঘোষণা শেষ হোৱাৰ পূৰ্বেই লগত কেইবাগৰাকী UPPLৰ প্ৰাৰ্থীক লগত লৈ দিছপুৰত সমীকৰণৰ বাবে উপস্থিত হয়হি প্ৰমোদ বড়ো।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত ওৰেটো নিশা চলে ৰুদ্ধদ্বাৰ বৈঠক য’ত দেখা পোৱা গৈছিল মন্ত্ৰী হিমন্তৰ লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিজেপি UPPL ক চিৰবৈৰী জ্ঞান কৰা সাংসদ নৱ শৰণীয়াক।

উল্লেখ কৰিব পাৰি যে সাংসদ নৱ শৰণীয়াই পূৰ্বতে বিপিএফৰ সমান্তৰালকৈ বিজেপি, UPPL ৰ নেতৃত্বক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও সকলো লাজ-নীতিক জলাঞ্জলি দি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত একেলগে দেখা পোৱা গ’ল।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে নৱ শৰণীয়াৰ সুযোগ সন্ধানী চৰিত্ৰ আৰু পুনৰ এবাৰ প্ৰতিপন্ন হৈছে যে ৰাজনীতিত সকলো সম্ভৱ।

ইপিনে, বিটিচি প্ৰধান কোন হ’ব এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিশ্চয়তা হোৱা নাই যদিও প্ৰমোদ বড়োকে বিটিচি প্ৰধান কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।

আজি ১০ বজাত ঘোষণা হ’ব কোন হ’ব বিটিচি প্ৰধান।

উল্লেখযোগ্য যে, প্ৰায় সকলোবোৰ সমষ্টিতে উদ্দাত্ত কণ্ঠৰে ভাষণ দি বা হাগ্ৰামা মহিলাৰীক বিভিন্ন কটু মন্তব্যৰে হিমন্তই প্ৰচাৰ চলোৱা বিজেপিয়ে ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd