• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিটিচিত নতুন সমীকৰণ; উফৰিল হাগ্ৰামাৰ ১৫ বছৰীয়া ৰাজত্ব!

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 13, 2020 9:41 am

2 min read

WhatsApp Image 2020-12-13 at 7.33.19 AM

বিটিচিত নতুন সমীকৰণৰ ইংগিত!

424
VIEWS
Share on FacebookShare on Twitter

বিটিচিত উফৰিব হাগ্ৰামাৰ ১৫ বছৰীয়া শাসন। বিজেপি-UPPL মিলি এক নতুন সমীকৰণ সৃষ্টি হৈছে বিটিচিত।

সদ্যঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফলত হাগ্ৰামা মহিলাৰীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে যদিও লাভ কৰিবলৈ সক্ষম নহ’ল মেজিক নম্বৰ।

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে UPPL য়ে লাভ কৰে ১২ খন আসন।

ইয়াৰোপৰি, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে অকলেই ১৭ খন আসন লাভ কৰাৰ বিপৰীতে বিটিচিত অকলেই ২৫-৩০ খন আসন লাভ কৰিব বুলি দাম্ভিকতাৰে কৈ অহা নৱ শৰণীয়া নেতৃত্বাধীন GSP য়ে নিচুকনি বঁটা হিচাপে লাভ কৰে মাত্ৰ এখন আসন।

ঠিক সেইদৰে কংগ্ৰেছ দলটো AIUDF ৰ লগত মিত্ৰতা কৰাৰ পাছতো মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে।

ইপিনে, ফলাফলৰ আনুষ্ঠানিক ঘোষণা শেষ হোৱাৰ পূৰ্বেই লগত কেইবাগৰাকী UPPLৰ প্ৰাৰ্থীক লগত লৈ দিছপুৰত সমীকৰণৰ বাবে উপস্থিত হয়হি প্ৰমোদ বড়ো।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত ওৰেটো নিশা চলে ৰুদ্ধদ্বাৰ বৈঠক য’ত দেখা পোৱা গৈছিল মন্ত্ৰী হিমন্তৰ লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিজেপি UPPL ক চিৰবৈৰী জ্ঞান কৰা সাংসদ নৱ শৰণীয়াক।

উল্লেখ কৰিব পাৰি যে সাংসদ নৱ শৰণীয়াই পূৰ্বতে বিপিএফৰ সমান্তৰালকৈ বিজেপি, UPPL ৰ নেতৃত্বক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও সকলো লাজ-নীতিক জলাঞ্জলি দি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত একেলগে দেখা পোৱা গ’ল।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে নৱ শৰণীয়াৰ সুযোগ সন্ধানী চৰিত্ৰ আৰু পুনৰ এবাৰ প্ৰতিপন্ন হৈছে যে ৰাজনীতিত সকলো সম্ভৱ।

ইপিনে, বিটিচি প্ৰধান কোন হ’ব এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো নিশ্চয়তা হোৱা নাই যদিও প্ৰমোদ বড়োকে বিটিচি প্ৰধান কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।

আজি ১০ বজাত ঘোষণা হ’ব কোন হ’ব বিটিচি প্ৰধান।

উল্লেখযোগ্য যে, প্ৰায় সকলোবোৰ সমষ্টিতে উদ্দাত্ত কণ্ঠৰে ভাষণ দি বা হাগ্ৰামা মহিলাৰীক বিভিন্ন কটু মন্তব্যৰে হিমন্তই প্ৰচাৰ চলোৱা বিজেপিয়ে ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd