• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয়বাৰৰ বাবে দিছপুৰত অধিষ্ঠিত হ’ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : ফণীন্দ্ৰ নাথ শৰ্মা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 16, 2020 11:02 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শিৱসাগৰত বিজেপিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত হোৱা বিজেপি দলৰ এই সভাত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ সহস্ৰাধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰে।

বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উদ্যোগত শিৱসাগৰ যুৱদলত কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সংগ্ৰামী মঞ্চ, আটাছু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, ঐক্য সেনা অসমৰ লগতে কংগ্ৰেছ, অগপ আৰু চিপিআই দলৰ সহস্ৰাধিক সদস্যই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Apply Now

যোগদান সভাত অংশগ্ৰহন কৰি বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই কয় যে অহা বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০ প্লাচ আসন দখল কৰি দিছপুৰত চৰকাৰ গঠন কৰিব।

উন্নয়ন আৰু প্ৰগতিৰ বাবেই ৰাজ্যৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে বিজেপি দলক দিছপুৰত অধিষ্ঠিত কৰিব বুলি উল্লেখ কৰি শৰ্মাই দলৰ সকলো বিষয়ববীয়া আৰু নেতা-কৰ্মীক একো একোজন কাৰ্য্যকৰ্তা হিচাপে দলৰ কাম কৰি যাবলৈ আহ্বান জনায়।

তেওঁ কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰে শাসনত অহাৰ পাছতে কৃষকসকলৰ আয় দুগুণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল। কৃষকসকলে যাতে তেখেতসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে, তাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে নতুনকৈ কৃষি আইনৰ ব্যৱস্থা কৰিছে।

কৃষি আইনৰ বাবে দালাল আৰু মধ্যভোগীৰ কমিছন নাইকিয়া হৈ পৰিব আৰু কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিব।

কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বড়াই আদৰণি ভাষণ প্ৰদান কৰি যোগদান কৰা ব্যক্তিসকলক দললৈ আদৰণি জনায়।

জিলা সমিতিৰ তৰফৰ পৰা শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা যোগদান সভাত অংশগ্ৰহন কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ অসমৰ সৰ্বস্তৰৰ লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নৰ যাত্ৰাত প্ৰতিগৰাকী ব্যক্তিক অংশীদাৰ হবলৈ সাংসদ গগৈয়ে আহ্বান জনায়।

সাংসদ গগৈয়ে ৰাজ্যৰ বিজেপি চৰকাৰৰ চাৰে চাৰিবছৰীয়া উন্নয়নমূলক কামসমূহৰ খতিয়ান আৰু উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰি আগন্তুক নিৰ্বাচনৰ বাবে সকলো কাৰ্য্যকৰ্তাক দুগুণ উৎসাহেৰে দলীয় কাম-কাজ চলাই নিবলৈ আহ্বান জনায়।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৰ্তমান বিজেপিৰ লগত প্ৰত্যাহ্বান জনাব পৰা কোনো দল নাই বুলি উল্লেখ কৰি উন্নয়ন আৰু বিকাশৰ বাবেই দ্বিতীয়বাৰৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে।

কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাই কৃষক আন্দোলনক ৰাজনৈতিক চক্ৰান্ত আখ্যা দিয়ে।

ৰাজ্যিক মন্ত্ৰী যোগেন মহনে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস নিতীৰে বিজেপি দলে আৰম্ভ কৰা পৰিবৰ্তন আৰু উন্নয়নৰ যাত্ৰাত সকলোকে সহযাত্ৰী হ’বলৈ আহ্বান জনায়।

এই অনুষ্ঠানত দলৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd