• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেলচন মেণ্ডেলাক বন্দী কৰি ৰখা জেইলৰ গাৰ্ড আছিল এইজন ক্ৰিকেটাৰ, দেশৰ হৈ কৰিছিল চমৎকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 10:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰ্ল লেংগাভেল্ট। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ। এতিয়া তেওঁ নতুল বলাৰ তৈয়াৰত ব্যস্ত থাকে, অৰ্থাৎ বলিং প্ৰশিক্ষক।

এইগৰাকী প্ৰাক্তন বেগী বলাৰৰ আজি জন্মদিন।

Apply Now

লেংগাভেল্টে ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ আঁৰত আছে এটা আকৰ্ষণীয় কাহিনী।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অহাৰ আগতে তেওঁ জেইলৰ এজন গাৰ্ড আছিল। সৰু-সুৰা জেইল নহয় সেইখন আছিল ড্ৰেকনষ্টিন জেইল য’ত এসময়ত নেলচন মেণ্ডেলা বন্দী হৈ আছিল।

জেইলত গাৰ্ড হিচাপে থকা অৱস্থাত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। যথোপযুক্ত গতি আৰু চুইঙৰ বাবে তেওঁক দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলত নিৰ্বাচিত কৰা হৈছিল।

২০০১ চনত তেওঁ কেনিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু ২০০৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক কৰে।

তেওঁ প্ৰথম টেষ্টত চমৎকাৰ প্ৰদৰ্শন আগবঢ়াইছিল। বেটিঙৰ সময়ত তেওঁৰ এটা আঙুলি ভাঙিছিল, কিন্তু তাৰ পাছতো বলিং কৰে আৰু মাত্ৰ চাৰি ৰান খৰচ কৰি পাঁচটা উইকেট দখল কৰি ইংলেণ্ডক ১৬৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য কৰায়।

এই মেচখন দক্ষিণ আফ্ৰিকাই ১৯৬ ৰানৰ ব্যৱধানত জয়ী হৈছিল।

ইয়াৰ পিছত তেওঁক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াত, লেংগাভেল্টে বাৰ্বাডোছ এদিনীয়াত চমৎকাৰ প্ৰদৰ্শন আগবঢ়ালৈ সক্ষম হয়।

মেচখনত ৱেষ্ট ইণ্ডিজ দলক জয়ৰ বাবে অন্তিম অভাৰত প্ৰয়োজন মাত্ৰ চাৰি ৰানৰ আৰু হাতত আছিল তিনিটা উইকেট। কিন্তু লেংগাভেল্টে মাত্ৰ দুই ৰান দিছিল আৰু হেট্ৰিক অৰ্জনেৰে দলক ১ ৰানত জয়ী কৰাইছিল।

চাৰ্ল লেংগাভেল্টে ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপ খেলিছিল। ২০০৩ চনত তেওঁ বিশেষ সুযোগ পোৱা নাছিল, কিন্তু ২০০৭ চনত তেওঁ দলৰ সৰ্বাধিক উইকেট দখলকাৰী আছিল।

অৱশ্যে, তেওঁ বেছি দিনৰ বাবে ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলে, যাৰ বাবে তেওঁ মাজে সময়ে দলৰ পৰা বাহিৰ হ’বলগীয়া ও হৈছিল।

২০০৮ চনত তেওঁ এক বিবাদৰ সন্মুখীন হয়। সমালোচক সকলৰ মতে আন্দ্ৰে নেইলক উপেক্ষা কৰি তেওঁক ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

এই বিবাদৰ বাবে তেওঁ দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে আৰু তাৰ পিছৰ পৰা কোনো দিনে তেওঁ আৰু টেষ্ট খেলাৰ সুযোগ নাপালে।

তেওঁৰ টেষ্ট কেৰিয়াৰ মাত্ৰ এটা বছৰহে আছিল। তেওঁ ছখন টেষ্ট খেলিছিল আৰু ১৬ টা উইকেট দখল কৰিছিল।

আনহাতে তেওঁৰ ১০ বছৰীয়া এদিনীয়া কেৰিয়াৰত খেলা ৭২খন মেচত ১০০টা উইকেট দখল কৰিছিল। ৫খন টি-২০ মেচত লেংগাভেল্টে ১৭ টা উইকেট লাভ কৰিছিল।

উল্লেখ্য যে আজি কালি বলাৰসকলে যিটো নকল বলেৰে বেটছমেনসকলক শলঠেকত পেলাই সেই নকল বলৰ আৱিৰ্ভাৱত ডাঙৰ ভূমিকা পালন কৰিছিল লেংগাভেল্টে।

তেওঁ প্ৰথমে দক্ষিণ আফ্ৰিকাৰ ঘৰুৱা ক্ৰিকেটত এই নকল বল ব্যৱহাৰ কৰিছিল। অৱশ্যে জাহিৰ খানে হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নকল বল কৰা প্ৰথম বলাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd